ভুঞ্জিয়া এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতউৰিষ্যা আৰু ছত্তীসগঢ় ৰাজ্যত বসবাদ কৰা ভুঞ্জিয়া সম্প্ৰদায়ে ব্যৱহাৰ কৰে। এই ভাষা ২০০০ চনত প্ৰায় ৬৭৯০ লোকে কৈছিল।[1]

Bhunjia
থলুৱা অঞ্চল India
অঞ্চল Odisha, Chhattisgarh
স্থানীয় ভাষিক
6790 (2000)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 bhu

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Bhunjia at Ethnologue (18th ed., 2015)