মহাদেৱ ডেকা (ইংৰাজী: Mahadev Deka) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।[1]

মহাদেৱ ডেকা
— শৰীৰচৰ্চাবিদ —
ব্যক্তিগত তথ্য
জন্ম ১৭ মে, ১৯৬৯
নলবাৰী, অসম, ভাৰত
পেচাদাৰী জীৱন
সৰ্বশ্ৰেষ্ঠ বিজয় মিষ্টাৰ ইউনিভাৰ্ছ, ২০০৯

ব্যক্তিগত জীৱন সম্পাদনা কৰক

কেৰিয়াৰ সম্পাদনা কৰক

১৯৯২ চনত মহাদেৱ ডেকাই কলকাতাত সম্পৰ্কীয় প্ৰশিক্ষণ লাভ কৰে। ইয়াৰ পিছতে তেওঁ বেংগেলুৰুত অনুষ্ঠিত 'Bharar Kumar Championship' ত ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়।[2]

২০০২ চনত তেওঁৰ এক হৃদ্‌যন্ত্ৰৰ চাৰ্জাৰী হৈ যায়। এই সময়ছোৱাত কিছুদিনৰ বাবে তেওঁ বিৰতি লয়।[3] পৰৱৰ্ত্তীকালত অৰ্থাৎ ২০০৮ চনত তেওঁ 'Musclemania Superbody world championship' ত ৰানাৰ আপ হয়। ২০০৯ চনত তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।[1][4]

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Mahadev Deka, Mr Universe Musclemania Superbody 2009 Winner". June 22, 2009. http://weeksupdate.com/2009/06/mahadev-deka-mr-universe-musclemania.html। আহৰণ কৰা হৈছে: July 1, 2009. 
  2. Kalita, Prabin (June 22, 2009). "Heart patient is Mr Universe". The Times of India (Kolkata): 9. 
  3. "Tumultuous welcome to Assam bodybuilder". The Hindu (Chennai, India). June 25, 2009. Archived from the original on June 29, 2009. https://web.archive.org/web/20090629064843/http://www.hindu.com/2009/06/25/stories/2009062552441800.htm। আহৰণ কৰা হৈছে: July 4, 2009. 
  4. "Mr. Universe 2009 Body Builder Mahadev Deka arrives at home". June 25, 2009. Archived from the original on June 29, 2009. https://web.archive.org/web/20090629071742/http://www.demotix.com/news/mr-universe-2009-body-builder-mahadev-deka-arrive-home। আহৰণ কৰা হৈছে: July 4, 2009.