মান ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মান ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,০৭,৬৩৭ প্ৰবন্ধ আছে।

Favicon of Wikipedia মান ৱিকিপিডিয়া
soft2i
ইউ আৰ এল my.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা মান ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

২০২৪ চনত মান ৱিকিপিডিয়াৰ ১,০৭,৬৩৭ টা প্ৰবন্ধ, ১,২০,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ২,৯০৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,২৯,৬৭৯।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক