মৌখাটি: (ইংৰাজী: Asian green bee-eater, বৈজ্ঞানিক নাম-Merops orientalis) এবিধ সৰু পতঙ্গভোজী চৰাই। মৌমাখি ইহতৰ প্ৰিয় খাদ্য। ইহঁতে উৰি থকা মৌমাখি আৰু অন্য পতঙ্গ ধৰি খায়।

মৌখাটি
অসমৰ আজাৰাত ডালত বহি থকা এটা মৌখাটি
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Coraciiformes  [en]
পৰিয়াল: Meropidae [en]
গণ: Merops
প্ৰজাতি: orientalis

বিৱৰণ সম্পাদনা কৰক

বিতৰণ সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক