লেকলাংকি কোষ (ইংৰাজী: The Leclanché cell) হ'ল এবিধ বিদ্যুত কোষ । ১৮৬৬ চনত ফৰাচী বিজ্ঞানী জৰ্জ লেকলাংকিয়ে (ইংৰাজী: Georges Leclanché) এই কোষ আৱিস্কাৰ কৰিছিল । এই কোষত কেথ’ড হিচাপে এডাল কাৰ্বনৰ দণ্ড, এন’ড হিচাপে এডাল জিংকৰ দণ্ড আৰু বিদ্যুত-বিশ্লেষ্য হিচাপে এম’নিয়াম ক্লৰাইড (NH4Cl) ব্যৱহাৰ কৰা হয় । এই কোষৰ বিদ্যুত চালক বল ১.৪ V (ভল্ট) ।[1]

A 1919 illustration of a Leclanché cell
লেকলাংকি কোষৰ আৱিস্কাৰক, জৰ্জ লেকলাংকি

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. The Boy Electrician by J.W. Simms M.I.E.E. (Page 61)