শামুক খোৱা সাপ (ইংৰাজী: common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷

শামুক খোৱা সাপ
সংৰক্ষণ স্থিতি
Not evaluated (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Pareatinae
গণ: Pareas
প্ৰজাতি: P. monticola
বৈজ্ঞানিক নাম
Pareas monticola
(Cantor, 1839)[1]
সমাৰ্থক

Dipsas monticola

বিৱৰণ সম্পাদনা কৰক


বিতৰণ সম্পাদনা কৰক

এই সাপবিধ প্ৰধানকৈ ভাৰত, চীন, ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত অৰ্থাৎ অৰুণাচল প্ৰদেশ, ছিক্কিম, দাৰ্জিলিং অসম আদি ৰাজ্যত এই সাপবিধ সতকাই দেখা পোৱা যায়৷[2]

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

প্ৰজনন সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Cantor, T. E. (1839). "Spicilegium serpentium indicorum". Proceedings of the Zoological Society of London খণ্ড 7: 31–34. http://www.biodiversitylibrary.org/bibliography/44963. 
  2. Pareas monticola-ৰ বিষয়ে তথ্য Reptarium.cz সৰীসৃপ ডাটাবেছত