শান্তিজান বজাৰ হৈছে নগাঁও জিলৰ নগাঁও চহৰৰ পৰা পছিমে ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন ঐতিহাসিক আৰু সৰ্ববৃহৎ বজাৰ। সপ্তাহত মঙ্গল আৰু শনিবাৰে এই বজাৰ খন অনুষ্ঠিত হয়। বজাৰ খন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামাকৰণ কৰা শান্তি জান বিলৰ কাষতে অৱষ্ঠিত হোৱাৰ বাবে এই বজাৰ খনে শান্তিজান বজাৰ নামে মাধ্য অসমত খ্যাত হৈ পৰে।