সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।

সমীৰ ৰায়চৌধুৰী

কলিকতাত সমীৰ ৰায়চৌধুৰী
জন্ম ১ নৱেম্বৰ, ১৯৩৩
মৃত্যু ২২ জুন, ২০১৬ (৮২ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কবি
ৰাজনৈতিক আন্দোলন উত্তৰআধুনিকতা, হাংৰি আন্দোলন

সাহিত্যকৃতি সম্পাদনা কৰক

কাব্যগ্ৰন্থ সম্পাদনা কৰক

  • ঝৰ্ণাৰ পাশে শুয়ে আছি
  • আমাৰ ভিয়েতনাম
  • জানোৱাৰ
  • মাংসেৰ কস্তুৰীক্লপ
  • প'ষ্টমডাৰ্ন কবিতাগুচ্ছ
  • বিদুৰেৰ খড়ম
  • নিৰ্বাচিত

চুটিগল্প সম্পাদনা কৰক

  • সিগাৰেটেৰ তিৰোভাব ও অন্যান্য গল্প
  • ছাতা হাৰানোৰ বৰ্ষাকালীন দুঃখ
  • প'ষ্টমডাৰ্ন গল্প
  • খুল যা সিম সিম

প্ৰৱন্ধগ্ৰন্থ সম্পাদনা কৰক

  • কবিতাৰ আলো অন্ধকাৰ
  • প'ষ্টমডাৰ্ন কবিতাবিচাৰ
  • প'ষ্টমডাৰ্ন বিড়ালেৰ সন্ধানে
  • উত্তৰাধুনিক প্ৰৱন্ধসংগ্ৰহ
  • জীৱনানন্দ ( কন্নড় ভাষা )

সম্পাদিত সংকলন সম্পাদনা কৰক

  • হাংৰি আন্দোলন
  • ফাল্গুনী ৰায় সমগ্ৰ এবং ফাল্গুনী আলোচনা
  • প'ষ্টমডাৰ্ন:অধুনান্তিক
  • প'ষ্টমডাৰ্ন কী ও কেন?
  • প'ষ্টকলোনিয়ালিজম: উত্তৰঔপনিবেশিকতা
  • পৰমাপ্ৰকৃতি: ইকোফেমিনিজম
  • সীমা
  • অপৰ
  • ডায়াসপোৰা
  • অনিল কৰঞ্জাই
  • ভুখী পীঢ়ী ( নেপালী ভাষা )
  • প'ষ্টমডাৰ্ন বাংলা পয়েট্ৰি
  • প'ষ্টমডাৰ্ন বাংলা চৰ্ট ষ্ট'ৰিজ

সম্পাদিত পত্ৰিকা সম্পাদনা কৰক

  • হাংৰি বুলেটিন
  • শাশ্বত (বিভূতিভূষণ মুখোপাধ্যায় সংখ্যা )
  • কৃত্তিবাস ( ফণীশ্বৰনাথ ৰেণু সংখ্যা )
  • হাওয়া ৪৯
  • সংক্ৰামক ( হিন্দী )

হিন্দীলৈ অনুদিত সম্পাদনা কৰক

  • সুনীল গঙ্গোপাধ্যায় কী কবিতায়েঁ
  • শক্তি চট্টোপাধ্যায় কী কবিতায়েঁ
  • আধুনান্তিক বংলা কবিতায়েঁ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • গল্পবিশ্ব পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ২০০৭ )। সম্পাদক: অলোক গোস্বামী।
  • বোধ পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৮১৫ বঙ্গাব্দ, ২০০৯ )। সম্পাদক: অৰূণকুমাৰ চট্টোপাধ্যায়।
  • কালিমাটি পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৪১৬ বঙ্গাব্দ, ২০১০ )। সম্পাদক: কাজল সেন।

বাহ্যিক সংযোগ সম্পাদনা কৰক