সহায়:দ্ব্যৰ্থতা দূৰীকৰণ

Disambiguation pages on Wikipedia are used as a process of resolving conflicts in article titles that occur when a single term can be associated with more than one topic, making that term likely to be the natural title for more than one article. In other words, disambiguations are paths leading to different articles which could, in principle, have the same title.

For example, the word "Mercury" can refer to several different things, including an element, a planet, an automobile brand, a record label, a NASA manned-spaceflight project, a plant, and a Roman god. Since only one Wikipedia page can have the generic name "Mercury", unambiguous article titles are used for each of these topics: Mercury (element), Mercury (planet), Mercury (automobile), Mercury Records, Project Mercury, Mercury (plant), Mercury (mythology). There must then be a way to direct the reader to the correct specific article when an ambiguous term is referenced by linking, browsing or searching; this is what is known as disambiguation. In this case it is achieved using Mercury as a disambiguation page

প্ৰধানকৈ তিনি প্ৰকাৰৰ দ্ব্যৰ্থতা দূৰীকৰণ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়, উদাহৰণস্বৰূপে:

  • সৰিয়হ এখন "দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা", ইয়াত "সৰিয়হ" শব্দই প্ৰকাশ কৰা সকলো বিষয়বস্তুৰ পৃষ্ঠাসমূহ তালিকাভূক্ত কৰা হৈছে।
  • শ্ৰীমন্ত শংকৰদেৱৰ মাত্ৰ এটা ‌ব্যৱহাৰ আছে, ইয়াক "প্ৰাথমিক বিষয়বস্তু" বুলি কোৱা হয় আৰু এই পৃষ্ঠাত থকা উৰ্দ্ধটীকাটোৱে পঢ়ুৱৈক ইয়াৰ অন্য ব্যৱহাৰবোৰ চাবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জৰিয়তে সহায় কৰে।
  • কৰ্ণ পৃষ্ঠাখন প্ৰাথমিক বিষয়বস্তুৰ সম্পৰ্কে লিখা হৈছে, ইয়াৰ অন্য ব্যৱহাৰ উৰ্দ্ধটীকাৰ জৰিয়তে প্ৰত্যক্ষভাৱে সংযোগ কৰা হৈছে; কোনো দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাৰ প্ৰয়োজন নাই।

পঢ়ুৱৈ সকল প্ৰায়ে কোনো নিৰ্দিষ্ট পৃষ্ঠাত প্ৰৱেশ কৰাৰ সলনি দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠালৈ সংযোগিত হ'ব পাৰে। মূল পৃষ্ঠাৰ পৰা থকা সংযোগবোৰে যাতে আকাংশিত লক্ষ্যস্থানলৈ পোনপতীয়াকৈ লৈ যায় সেইটো সুনিশ্চিত কৰিবলৈ ইয়াক সম্পাদনা কৰিব পাৰি। মুক্ত মনে এনে সম্পাদনা কৰিব পাৰে; আপোনাকে ধৰি, সকলোকে ৱিকিপিডিয়াৰ উন্নতি সাধন কৰিবলৈ আদৰণি জনোৱা হৈছে। আপুনিও ৱিকিপিডিয়া পঢ়াৰ সামগ্ৰিক অভিজ্ঞতা অধিক সুন্দৰ কৰি তুলিব পাৰে।

লগতে চাওক সম্পাদনা কৰক