হালধীয়া হেলেন ইংৰাজী: Yellow Helen, বৈজ্ঞানিক নাম-Papilio nephelus) পেপিলিঅ'নিডি (Papilionidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷

হালধীয়া হেলেন
Dorsal view of Papilio nephelus chaon at Jayanti in Buxa Tiger Reserve in Jalpaiguri district of West Bengal, India
Ventral view of Yellow Helen
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Papilio
প্ৰজাতি: P. nephelus
বৈজ্ঞানিক নাম
Papilio nephelus
Boisduval, 1836
সমাৰ্থক

Princeps nephelus
Papilio chaon Westwood, 1845[1]

বিৱৰণ সম্পাদনা কৰক

হালধীয়া হেলেনৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১০-১২ ছে:মি: হয়: পাখিৰ বৰণ মূলতঃ ক'লা৷ আগফালৰ পাখি (fore wing) বগা সৰু সৰু ফোঁট আৰু পিছফালৰ পাখি (hind wing)ত ডাঙৰকৈ বগা বা হালধীয়া বৰণৰ দাগ থকা দেখা যায়৷ পাখিৰ তলৰ আৰু ওপৰফালৰ বৰণ প্ৰায় একে৷ পিছফালৰ পাখিৰ কাষ (margins) ঢৌখেলোৱা ধৰণৰ হয়৷ ইয়াৰ থৰাক্স আৰু পেট অংশ ক'লাবৰণৰ হয়৷ [2]

হালধীয়া হেলেনৰ মতা আৰু মাইকী পখিলা দেখিবলৈ প্ৰায় একে হয়৷ [3]

 
Black and White Helen Papilio nephelus sunatus – Dorsal view

Larvae feed on Toddalia asiatica, Euodia meliifolia, Fagra rhetsa, Citrus spp. and Zanthoxylum rhetsa.[4]

টেক্সন'মি সম্পাদনা কৰক

Papilio nephelus প্ৰজাতিটো helenus গোটৰ অন্তৰ্ভুক্ত৷ এই গোটৰ অন্যান্য পখিলাবোৰ হ'ল-

  • Papilio helenus Linnaeus, 1758
  • Papilio iswara White, 1842
  • Papilio iswaroides Fruhstorfer, 1898
  • Papilio nephelus Boisduval, 1836
  • Papilio nubilus Staudinger, 1895
  • Papilio sataspes C. & R. Felder, 1865

বিস্তৃতি সম্পাদনা কৰক

হালধীয়া হেলেন পখিলাবিধ নেপাল, ছিক্কিম, অসম, চীন , ম্যানমাৰ, থাইলেণ্ড আৰু ইন্দোনেছিয়া আদি দেশত দেখিবলৈ পোৱা যায়৷ [2][4]

শ্ৰেণীবিভাজন সম্পাদনা কৰক

হালধীয়া হেলেন পখিলাৰ কেইবাটাও উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে উল্লেখযোগ্য উপ-প্ৰজাতিসমূহ হ'ল-

  • Papilio nephelus nephelus (Java)
  • Papilio nephelus annulus Pendlebury, 1936 (মালয়েছিয়া)
  • Papilio nephelus chaon Westwood, 1845 (Yellow Helen) (উৰিষ্যা, নেপাল, অসম, বাৰ্মা আৰু য়ুনান)
  • Papilio nephelus albolineatus Forbes, 1885 (সুমাত্ৰা আৰু বৰ্ণিয়')
  • Papilio nephelussiporanus Hagen, 1898 (মেন্টাৱাই দ্বীপপুঞ্জ (Mentawai Islands)
  • Papilio nephelus tellonus Fruhstorfer, 1906 (বাটু দ্বীপপুঞ্জ, Batu Islands)
  • Papilio nephelus sunatus Corbet, 1940 (মালয়েছিয়া) [4]

বাসস্থান সম্পাদনা কৰক

ই সাধাৰণতে বনাঞ্চলৰ আশে-পাশে বাস কৰে৷

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Arcana Ent. 2( ):97, pl.72, fig.1 Type locality: Assam
  2. 2.0 2.1 "Butterfly Corner". Archived from the original on 2017-04-13. https://web.archive.org/web/20170413044358/http://en.butterflycorner.net/Papilio-nephelus.968.0.html। আহৰণ কৰা হৈছে: 2013-10-09. 
  3. Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2
  4. 4.0 4.1 4.2 Funet.fi

লগতে পঢ়ক সম্পাদনা কৰক

  • Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ সম্পাদনা কৰক