বেটুপাত
যিকোনো
কাষৰীয়া
প্ৰৱেশ
ছেটিং
দান কৰক
অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে
দায়লুপ্তি
অনুসন্ধান
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ভাষা
গতিবিধি লক্ষ্য কৰক
সম্পাদনা
বৰ্ষ
ছবি
পৰিচালক
সংগীত পৰিচালক
মুক্তিৰ তাৰিখ
টোকা
১৯৭০
অপৰাজেয়
ফণী তালুকদাৰ
,
অতুল বৰদলৈ
,
মুনিন বায়ন
,
গৌৰী বৰ্মণ
সলীল চৌধুৰী
৬ মে'
বৰুৱাৰ সংসাৰ
নিপ বৰুৱা
ৰমেন বৰুৱা
মুকুতা
ব্ৰজেন বৰুৱা
ৰমেন বৰুৱা
৩০ অক্টোবৰ
১৯৭১
মানৱ আৰু দানৱ
ইন্দুকল্প হাজৰিকা
জীতু-তপন
২৬ ফ্ৰেব্ৰুৱাৰী
অৰণ্য
সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সুধীন দাশগুপ্ত
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
শেষ বিচাৰ
দেৱ কুমাৰ বসু
অসিত গাংগুলী
যোগ বিয়োগ
দ্বিবন বৰুৱা
ৰমেন বৰুৱা
৩১ ডিচেম্বৰ
[1]
১৯৭২
ললিতা
ব্ৰজেন বৰুৱা
ৰমেন বৰুৱা
১৮ ফ্ৰেব্ৰুৱাৰী
[1]
ওপজা সোণৰ মাটি
ব্ৰজেন বৰুৱা
ৰমেন বৰুৱা
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
মৰীচিকা
অমূল্য মান্না
জীতু-তপন
১৫ ডিচেম্বৰ
হৃদয়ৰ প্ৰয়োজন
গৌৰী বৰ্মণ
ৰমেন বৰুৱা
১ ডিচেম্বৰ
[1]
বিভ্ৰাট
ফণী তালুকদাৰ
মেলডিকা
ভাইটি
কমল নাৰায়ণ চৌধুৰী
অজিত সিংহ
প্ৰথম অসমীয়া ৰঙীন ছবি
উপগ্ৰহ
ভবেন দাস
জীতু-তপন
১৯৭৩
মমতা
নলিন দুৱৰা
বসন্ত বৰদলৈ
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
ৰশ্মিৰেখা
প্ৰফুল্ল বৰুৱা
উপেন কাকতি
সোণতৰা
নিপ বৰুৱা
ৰমেন বৰুৱা
উত্তৰণ
মনেৰঞ্জন শুৰ
ৰমেন বৰুৱা
অভিযান
সুজিত সিংহ
জীতু-তপন
অনুতাপ
অতুল বৰদলৈ
জীতু-তপন
গণেশ
এ. কে. ফিল্মচ্
অজিত সিংহ
বনৰীয়া ফুল
অতুল বৰদলৈ
জয়ন্ত হাজৰিকা
১৯৭৪
বৃষ্টি
দেউতি বৰুৱা
জয়ন্ত হাজৰিকা
পৰিণাম
প্ৰবীন বৰা
ৰমেন বৰুৱা
১৩ চেপ্তেম্বৰ
সন্তান
অমৰ পাঠক
প্ৰভাত শৰ্মা
১৫ ডিচেম্বৰ
১৯৭৫
চামেলি মেমচা'ব
আব্দুল মজিদ
ভূপেন হাজৰিকা
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা
তৰামাই
দ্বিবন বৰুৱা
ৰমেন বৰুৱা
ৰতনলাল
নলীন দুৱৰা
নিৰ্মল চক্ৰৱৰ্তী
খোজ
পুলক গগৈ
ভূপেন হাজৰিকা
কাঁচঘৰ
বিজয় চৌধুৰী
,
পীযুষ কান্তি ৰয়
ভূপেন হাজৰিকা
১৯৭৬
পুতলা ঘৰ
সমৰেন্দ্ৰ নাৰায়ন দেৱ
তফজ্জুল আলি
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
পলাশৰ ৰং
জীৱন বৰা
ভূপেন হাজৰিকা
প্ৰাণ গঙ্গা
ৰবীন চেতিয়া
উপেন কাকতি
আদালত
দিলীপ ডেকা
জীতু-তপন
১০ ডিচেম্বৰ
[1]
গঙা চিলনীৰ পাখি
পদুম বৰুৱা
পদুম বৰুৱা
১৯৭৭
বনহংস
আব্দুল মজিদ
ভূপেন হাজৰিকা
ধৰ্মকাই
ভবেন দাস
জয়ন্ত হাজৰিকা
নতুন আশা
প্ৰবিৰ মিত্ৰ
জয়ন্ত হাজৰিকা
পাপ আৰু প্ৰায়শ্চিত্ত
আনোৱাৰ হুছেইন
ৰমেন চৌধুৰী
সন্ধ্যাৰাগ
ভবেন্দ্ৰ নাথ শইকীয়া
ৰমেন চৌধুৰী, ইন্দ্ৰেশ্বৰ শৰ্মা, প্ৰভাত শৰ্মা
৫ আগষ্ট
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি
সোণমা
নিপ বৰুৱা
ৰমেন বৰুৱা
১৯৭৮
ফাগুনী
শিৱ প্ৰসাদ ঠাকুৰ
উপেন কাকতি
নিয়তি
ইন্দুকল্প হাজৰিকা
জয়ন্ত হাজৰিকা
বনজুই
আব্দুল মজিদ
ভূপেন হাজৰিকা
কল্লোল
অতুল বৰদলৈ
ৰুদ্ৰ বৰুৱা
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা
(ৰজত কমল)
মৰম
দ্বিবন বৰুৱা
ৰমেন বৰুৱা
মৰমী
দীজেন্দ্ৰ নাৰায়ন দেৱ
ৰমেন বৰুৱা
১৯৭৯
মন প্ৰজাপতি
ভূপেন হাজৰিকা
ভূপেন হাজৰিকা
মেঘ
অতুল বৰদলৈ
জীতু-তপন
মেঘমুক্তি
বন্ধু
খগেন মহন্ত
নিশাৰ চকুলো
দেৱ কুমাৰ বসু
গৌৰচান্দ মুখাৰ্জী
শ্ৰীমতী মহিমাময়ী
পুলক গগৈ
কুল-অতুল
সোণৰ হৰিণ
সমৰেন্দ্ৰ নাৰায়ন দেৱ
তফজ্জুল আলি
আশ্ৰয়
দুলাল ৰয়
ৰমেন বৰুৱা
বিশেষ এৰাতি
উপেন কাকতি
উপেন কাকতি
দূৰণিৰ ৰং
জন্ছ মহলীয়া
অজিত সিংহ
ৰাংঢালী
দিজেন্দ্ৰ নাৰায়ন দেৱ
হেমেন হাজৰিকা
তথ্য উৎস
সম্পাদনা কৰক
↑
1.0
1.1
1.2
1.3
Das Arunlochan (2013).
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত
. Shashi Shisu Prakashan, Guwahati.
Released Movies - enajori.com
Archived
2011-11-27 at the
Wayback Machine
অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন