১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বৰ্ষ | ছবি | পৰিচালক | সংগীত পৰিচালক | মুক্তিৰ তাৰিখ | টোকা[1] |
---|---|---|---|---|---|
১৯৯০ | উত্তৰকাল | আব্দুল মজিদ | তৰুণ শৰ্মা | ||
কনকলতা | কুন্তলা ডেকা | অনুপম চৌধুৰী | |||
গ্ৰহণ | অতুল বৰদলৈ | বিভূৰঞ্জন চৌধুৰী | |||
যুঁজ | হেমেন দাস | খগেন মহন্ত, ৰমেন চৌধুৰী | ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা | ||
বনানি | জাহ্নু বৰুৱা | সত্য বৰুৱা, প্ৰশান্ত বৰদলৈ | ৩৭তম (১৯৯০) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰ্যাৱৰণ সংৰক্ষণ/ পৰিৰক্ষণ শিতান শ্ৰেষ্ঠ ছবিৰ বঁটা[2] | ||
ধ্ৰুৱতৰা | দাৰা আহমেদ | ভূপেন উজীৰ | |||
অভিমান | মৃদুল গুপ্তা | প্ৰশান্ত বৰদলৈ | |||
পাহাৰী কন্যা | মুনীন বৰুৱা | জে পি দাস | |||
তথাপিও নদী | হেমন্ত দাস | তৰুণ দাস | |||
ৰঙা নদী | ব্ৰজেন বৰা | যতীন শৰ্মা | |||
ৱশ্ব'বিপো (কাৰ্বি ভাষাত) | গৌতম বৰা | শ্বেৰ চৌধুৰী | ৩৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ "পৰিচালকৰ প্ৰথম ছবি"ৰ ইন্দিৰা গান্ধী বঁটা | ||
১৯৯১ | যখিনী | ভূপেন উজীৰ | |||
প্ৰেম জনমে জনমে | যাদৱ চন্দ্ৰ দাস | ৰিদীপ দত্ত | |||
সূৰ্য্য তেজৰ অন্য নাম | দিনেশ গগৈ | গগণ গগৈ | |||
ফিৰিঙতি | জাহ্নু বৰুৱা | সত্য বৰুৱা | ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২য় শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু মলয়া গোস্বামীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা[3] | ||
১৯৯২ | সাৰথি | ভবেন্দ্ৰ নাথ শইকীয়া | প্ৰভাত শৰ্মা | ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ[3] | |
প্ৰভাতী পখীৰ গান | মুনিন বৰুৱা | জে পি দাস | |||
গৰখীয়া | হেমেন দাস | ||||
অগ্নি | দীনেশ গগৈ | সৰ্ব বৰবৰা | |||
বংশধৰ | প্ৰফুল্ল বৰা | অজিত সিংহ | |||
ৰঙা মদাৰ | তিমথি হান্সে দাস | সত্য বৰুৱা | |||
১৯৯৩ | ৰেলৰ আলিৰ দুবৰি বন | পুলক গগৈ | দশৰথ দাস | ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা | |
আৱৰ্তন | ভবেন্দ্ৰ নাথ শইকীয়া | নাৰায়ণ বৰুৱা, দেৱেশ্বৰ শৰ্মা, দিলিপ ৰয় | ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা | ||
ৰিক্সাৱালা | দাৰা আহমেদ | জয়ন্ত নাথ | |||
সংঘাত সংঘাত সংঘাত | দীনেশ গগৈ | ||||
শ্ৰীমান মাইমন | ব্ৰজেন বৰা | ||||
প্ৰিয়জন | ৱাইচ কুৰ্নী বৰা | ||||
হলধৰ | সঞ্জীৱ হাজৰিকা | শ্বেৰ চৌধুৰী | ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ "পৰিচালকৰ প্ৰথম ছবি"ৰ ইন্দিৰা গান্ধী বঁটা[3] | ||
প্ৰত্যাৱৰ্তন | ৰঞ্জিত দাস | শ্বেৰ চৌধুৰী | |||
অবুজ বেদনা | গুণসিন্ধু হাজৰিকা | দিলীপ শৰ্মা | ডিচেম্বৰ | [4] | |
১৯৯৪ | অশান্ত প্ৰহৰ | শিৱপ্ৰসাদ ঠাকুৰ | ভূপেন হাজৰিকা | ||
হৃদয়ৰ আঁৰে আঁৰে | যাদৱ দাস | দিলু হাজৰিকা | |||
মীমাংসা | সঞ্জীৱ হাজৰিকা | শ্বেৰ চৌধুৰী | ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবি[5] | ||
অগ্নিগড় | চন্দ্ৰ মুদৈ | ||||
একত্ৰিশ জুন | ভাস্কৰ বৰা | প্ৰশান্ত বৰদলৈ | |||
১৯৯৫ | আপোনজন | গৌৰী বৰ্মন | |||
সাগৰলৈ বহু দূৰ | জাহ্নু বৰুৱা | সত্য বৰুৱা | ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জাহ্নু বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আৰু শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল | ||
উৰ্বশী (চলচ্চিত্ৰ) | দাৰা আহমেদ | ||||
আই কিল্ড হিম ছাৰ | প্ৰদীপ গগৈ | ||||
পানী | প্ৰফুল্ল শইকীয়া | সঙ্গীত- ভূপেন হাজৰিকা আবহ সঙ্গীত- জীতু-তপন |
|||
নিশাৰ অৰণ্য | গণেশ দাস | ||||
১৯৯৬ | ইতিহাস | ভবেন্দ্ৰ নাথ শইকীয়া | ইন্দ্ৰেশ্বৰ শৰ্মা | ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা | |
ৰাগ-বিৰাগ | বিদ্যুৎ চক্ৰৱৰ্তী | শ্বেৰ চৌধুৰী | ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা | ||
জলাঞ্জলি | উপেন বৰুৱা | ||||
অদাহ্য | সান্ত্বনা বৰদলৈ | শ্বেৰ চৌধুৰী | ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবি আৰু শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বঁটা | ||
হাগ্ৰামায়াও জিনাহাৰি (বড়ো ভাষাত) | জাংদাও বডোচা | ৰাজেশ্বৰ ব্ৰহ্ম | পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতান শ্ৰেষ্ঠ ছবিৰ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ||
১৯৯৭ | অভিশপ্ত প্ৰেম | মনোজ সেন | |||
সপোন | ৰাজেন ৰাজখোৱা | ||||
সংস্কাৰ | ৰঞ্জিত দাস | শ্বেৰ চৌধুৰী | |||
দেউতাৰ বিয়া | দীপক ভূঞা | দীপক ভূঞা | |||
বুধু অৰ্জুন | পদ্ম কৈৰী | ||||
১৯৯৮ | কুশল | জাহ্নু বৰুৱা | ৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা | ||
দেৱতা | দাৰা আহমেদ | ||||
মোহমুক্তি | ধীৰাজ দাস কাশ্যপ | ||||
যৌৱনে আমনি কৰে | অশোক কুমাৰ বিষয়া | ব্ৰজেন বৰুৱা, ক্ষীৰদাকান্ত বিষয়া, ভূপেন উজীৰ, জয়ন্ত দাস, জয়ন্ত সোণোৱাল | |||
১৯৯৯ | বুকুৰ মাজত জ্বলে | অশোক কুমাৰ বিষয়া | আবহ সঙ্গীত- জয়ন্ত পাঠক | ||
মহাৰথী | বাণী দাস | ||||
অনল | পৰমানন্দ ৰাজবংশী | ||||
বৈভৱ | মঞ্জু বৰা | ||||
মৰম নদীৰ গাভৰু ঘাট | পুলক গগৈ | অতুল মেধি |
তথ্য উৎস সম্পাদনা কৰক
- ↑ উৎপলেন্দু কাশ্যপ (১ এপ্ৰিল, ২০১২). অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ. বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী).
- ↑ "37th (1990) National Film festival". Directorate of Film Festival, Govt. of India. http://dff.nic.in/images/Documents/80_37thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 9 July 2020.
- ↑ 3.0 3.1 3.2 "39th National Film Festivl". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 20, 142. http://dff.nic.in/images/Documents/78_39ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 7 July 2020.
- ↑ Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati.
- ↑ https://docs.google.com/spreadsheets/d/1cLKgr_S6HVny5viqtpfSCAkSk5dgzwua2G5SreiJLdI/edit#gid=0