ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)

অসমৰ টেলিভিচন চেনেল

ৰামধেনু (ইংৰাজী: Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড[1]। ইয়াৰ ভগ্নী চেনেমসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল। ই উত্তৰ-পূব ভাৰতৰ প্ৰথম সংগীত ধৰ্মীয় দূৰদৰ্শন কেন্দ্ৰ। ইয়াত অসমীয়াৰ উপৰিও উত্তৰ-পূবৰ বিভিন্ন ভাষাৰ সংগীতৰ ভিডিঅ' পৰিৱেশন কৰা হয়।

ৰামধেনু
ৰামধেনু চেনেলৰ ল'গ'
উদ্বোধন ১ অক্টোবৰ, ২০১১
গৰাকী প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড
শ্ল'গান Colours of Music
দেশ ভাৰত
ভাষা অসমীয়া আৰু আন উত্তৰ-পূবৰ ভাষা
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ নিউজ লাইভ
ৰং
নৰ্থ ইষ্ট লাইভ
ইন্দ্ৰধনু
ৱেবছাইট www.ramdhenutv.org
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
টাটা স্কাই (ভাৰত) চেনেল ১৯৬৪
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ১৬৩৫
ডিছ টিভি (ভাৰত) চেনেল ১৫১৫
ভিডিঅ'কন ডি টি এইচ (ভাৰত) চেনেল ৮৪৭

সূচী সম্পাদনা কৰক

  • ৰামধেনু 4G
  • বীট বক্স-কেৱল গীত
  • ৰামধেনু হিট্জ
  • নাইট ৰাইডাৰ্ছ
  • ৰামধেনু প্লেলিষ্ট
  • জাষ্ট ৰিলিজ্ড

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক