ৰিস্তা ডট কম

২০১০ চনৰ ভাৰতীয় টেলিভিছন ধাৰাবাহিক

ৰিস্তা ডট কম (ইংৰাজী: Rishta.com) হৈছে এখন হিন্দী ভাষাৰ ভাৰতীয় ধাৰাবাহিক যি প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হয় চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজনত ২০১০ বৰ্ষৰ ৩ জানুৱাৰীত। বিখ্যাত প্ৰযোজকবৃন্দ য়শ চোপ্ৰা আৰু আদিত্য চোপ্ৰা প্ৰযোজিত এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হয় য়শ ৰাজ ফিল্মছৰ দূৰদৰ্শন শাখা ৱাই আৰ এফ টেলিভিজনৰ বেনাৰত। ৱাই আৰ এফ টেলিভিজনৰ প্ৰথম চাৰিখন ধাৰাবাহিকৰ ভিতৰত ই অন্যতম।

ৰিস্তা ডট কম
শৈলী কমেডী ড্ৰামা
অভিনয়ত কৱি শাস্ত্ৰী
শ্ৰুতি শেঠ
কৱিন ডাৱে
কিৰেন জোগী
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ২৬
প্ৰযোজনা
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য প্ৰায় ৫২ মিনিট
ষ্টুডিঅ’ ৱাই আৰ এফ টেলিভিজন
সম্প্ৰচাৰ
মূল ছেনেল চ’নী টিভি
প্ৰদৰ্শনৰ সময় ৩ জানুৱাৰী, ২০১০ – ৩০ জুন, ২০১০
বাহ্যিক সংযোগ
ৱেবছাইট

অভিনয় শিল্পী সম্পাদনা কৰক

বাহিৰা সংযোগ সম্পাদনা কৰক