ৰূপহী চমকা চৰাই (ইংৰাজী: Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷ [2]

ৰূপহী চমকা চৰাই (Jerdon's Bush Chat)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Muscicapidae
গণ: Saxicola
প্ৰজাতি: S. jerdoni
বৈজ্ঞানিক নাম
Saxicola jerdoni
Blyth, 1867

বিৱৰণ সম্পাদনা কৰক

এই চৰাইবিধৰ দেহৰ ওপৰৰ অংশ ক'লা বা মটিয়া বৰণীয়া আৰু পেট, বুকু অংশ শুধ বগা হয়৷ ইয়াৰ নেজ ছুটি, চকু আৰু ঠোঁট ক'লা বৰণৰ হয়৷

বিতৰণ সম্পাদনা কৰক

ৰূপহী চমকা চৰাই প্ৰধানকৈ বাংলাদেশ, চীন, ভাৰত, লাওছ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ এই চৰাইবিধ ম্যানমাৰত ইতিমধ্যে বিলুপ্ত হৈ পৰিছে বুলি ধাৰণা কৰা হয়৷ [3] [4]

বাসস্থান সম্পাদনা কৰক

এই চৰাইবিধ ক্ৰান্তীয় সেমেকা বনাঞ্চলত সাধাৰণতে দেখিবলৈ পোৱা যায়৷ [5]

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

প্ৰজনন সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Saxicola jerdoni". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006686। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Beolens, Bo; Watkins, Michael (2003). Whose Bird? Men and Women Commemorated in the Common Names of Birds. প্ৰকাশক London: Christopher Helm. পৃষ্ঠা. 180-181. 
  3. BirdLife International (2009) Saxicola jerdoni. In: IUCN 2010. IUCN Red List of Threatened Species. Version 2010.1.
  4. Baral, H.S., Inskipp, C. (2009) The Birds of Sukla Phanta Wildlife Reserve, Nepal. Our Nature (2009) 7: 56-81 download pdf Archived 2011-07-21 at the Wayback Machine
  5. http://www.birdlife.org/datazone/speciesfactsheet.php?id=6686&m=1

বাহ্যিক সংযোগ সম্পাদনা কৰক