ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,২০৯ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫৬৪ টালৈ বৃদ্ধি পালে।
- অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত হোৱা Wiki Women Camp-2023ত অসমীয়া ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে অংশগ্ৰহণ কৰে।