ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৫/সম্পাদনাৰ পৰিসংখ্যা

পৰিসংখ্যা

মিডিয়াৱিকি প্ৰকল্পৰ অন্তৰ্গত সকলো ৱেবচাইটৰ বিভিন্ন পৰিসংখ্যা "ৱিকিমিডিয়া ষ্টেটিষ্টিক্স" ৱেবচাইটত সঞ্চিত কৰি ৰখা হয়। অসমীয়া ৱিকিপিডিয়াৰ পৰিসংখ্যাও ইয়াতে চাব পাৰি। সংশ্লিষ্ট কেইটামান লিংক তলত দিয়া হ'ল।