ৱিকিপিডিয়া বাৰ্তা:সাঁচ বাৰ্তাসমূহ/নিকাকৰণ

কিছুমান সাঁচৰ বিষয়বস্তু প্ৰায় একেই হোৱা বাবে অসমীয়া ৱিকিপিডিয়াত সৰলীকৰণ লক্ষ্য আগত ৰাখি সেইবোৰ পূননিৰ্দেশ দি থৈছো| কাৰোবাৰ প্ৰয়োজন হ’লে পূননিৰ্দেশ আতৰাই ইংৰাজীখনৰ পৰা আনি লেপন কৰি দিব পাৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:25, 20 মাৰ্চ 2012 (UTC)

"সাঁচ বাৰ্তাসমূহ/নিকাকৰণ" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।