ৱাল্ট হুইটমেন (ইংৰাজী: Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম। [1]

ৱাল্ট হুইটমেন
জন্ম ৱেষ্ট হিলছ,নিউয়ক
মৃত্যু ২৬ মাৰ্চ ১৮৯২
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা আমেৰিকা
নাগৰিকত্ব আমেৰিকান

জন্ম আৰু বংশ পৰিচয়

সম্পাদনা কৰক

১৮১৯ চনৰ ৩১ মে তাৰিখে নিউয়কৰ ৱেষ্ট হিলছত জন্ম হয়।[2]

১৮২৩ চনত তেওঁ ব্ৰুকালিন পাব্লিক এলিমেণ্টৰী স্কুলত ভৰ্তি হয় যদিও বাৰ বছৰ বয়সত স্কুল এৰি জীবিকা সন্ধানত চাকৰি কৰে। [3]

চাকৰি জীৱন

সম্পাদনা কৰক

তেওঁ প্ৰকালিন ইগল কাকতৰ প্ৰথমে মুদ্ৰণ আৰু শেষত সম্পাদক হয়।[4]

সাহিত্যৰাজি

সম্পাদনা কৰক
  1. লীভছ অব গ্ৰাছ (ঘাঁহৰ পাতবোৰ ১৮৫৫)
  2. ছং অব মাইছেলফ (মোৰ নিজৰ গান ১৮৫৫)
  3. অ কেপ্টেইন! মাই কেপ্টেইন
  4. পয়েমছ বাই ব্লাট হুইটমেন
  5. আইছিং দাবডি ইলক্টিক (১৮৫৫)
  6. ক্ৰছিং ব্ৰুকলিন ফেৰী (১৮৫৬)
  7. ড্ৰাম টেপ্স (১৮৬৫)
  8. ছং অব দ্যা অপেন ৰোড ( মুক্ত পথৰ গান)


১৮৯২ চনৰ ২৬ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংস্কৰণ:২০১২,পৃষ্টা নং:৫৪
  2. পাশ্বাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৫৪
  3. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশন:অনন্ত হাজৰিকা,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪
  4. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪