অভদ্ৰ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৪)

অভদ্ৰ (ইংৰাজী: Abhadra) হৈছে ২০১৪ চনৰ ৯ মে'ত মুক্তি লাভ কৰা এখন অসমীয়া বিনোদনধৰ্মী চলচ্চিত্ৰ। এ-টু ক্ৰিয়েছন্‌ছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ। মুম্বাইৰ প্ৰযোজক অৰূপ অধিকাৰীয়ে ইয়াৰ আগতে "দহেক - দ্য ৰেষ্টলেছ মেন" নামেৰে এখন হিন্দী ছবি পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। নৱাগত পৰিচালক অমন কুমাৰে ইয়াৰ আগত বালাজী টেলিফিল্ম্‌ছ, ছাহাৰা ওৱান আদি প্ৰডাক্‌চন কোম্পানী আৰু ছেটেলাইট চেনেলত ক্ৰিয়েটিভ নিৰ্দেশক আৰু চিত্ৰনাট্য লেখক হিচাপে কাম কৰিছিল।[1] গুৱাহাটী, সোণাপুৰ আৰু শ্বিলঙত ছবিখনৰ চিত্ৰগ্ৰহণ হয়।

অভদ্ৰ

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক অমন কুমাৰ
চিত্ৰনাট্য অমন কুমাৰ
কাহিনী অমন কুমাৰ
প্ৰযোজক অৰূপ অধিকাৰী
ৰচনা অধিকাৰী
এ-টু ক্ৰিয়েছন্‌ছ
অভিনয়ত চিৰঞ্জিত বৰা
ইন্দুমৌলি নেওগ
ফেৰিপ্ৰিয়া আহমেদ
চিত্ৰগ্ৰহণকাৰী মায়াংক শৰ্মা
বিপুল দাস
সিদ্ধেশ্বৰ
ভাস্কৰ কাশ্যপ
সম্পাদনা ৰোহন কণ্টাক
সংগীত পৰিচালক বিপুলেন্দ্ৰ হালৈ
মুক্তি
৯ মে', ২০১৪
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

অভিনয়ত সম্পাদনা কৰক

  • চিৰঞ্জিত বৰা
  • ইন্দুমৌলি নেওগ
  • ফেৰীপ্ৰিয়া আহমেদ
  • দীপক ৰয়
  • বিপুল ৰাভা
  • শশাংক শেখৰ ইত্যাদি।

কলা-কুশলী সম্পাদনা কৰক

  • পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ - অমন কুমাৰ
  • প্ৰযোজনা - অৰূপ অধিকাৰী, ৰচনা অধিকাৰী
  • চিত্ৰগ্ৰহণ - মায়াংক শৰ্মা, বিপুল দাস, সিদ্ধেশ্বৰ, ভাস্কৰ কাশ্যপ
  • সংগীত পৰিচালক/আৱহ সংগীত - বিপুলেন্দ্ৰ হালৈ
  • গীতিকাৰ - আক্ৰাম উদ্দিন
  • সম্পাদক - ৰোহন কণ্টাক
  • কলা- অভিমন্যু
  • ছাউণ্ড মিক্সিং - উৎপল দাস
  • নৃত্য নিৰ্দেশনা - আকাশ শূৰ, মিতুপৰ্ণ
  • ৰূপসজ্জা - নানু, দেৱাশিস
  • প্ৰযোজনা নিয়ন্ত্ৰণ - তপন কলিতা

সংগীত সম্পাদনা কৰক

অভদ্ৰৰ সংগীত পৰিচালক বিপুলেন্দ্ৰ হালৈ। গীতৰ কথা আক্ৰাম উদ্দিনৰ। কণ্ঠদান কৰে মধুস্মিতা বৰঠাকুৰ, প্ৰীতম দত্ত, নেহা সিং, সুপ্ৰিয়া পাঠক আৰু গ্ৰেগ শৰ্মাই।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "আজি মন মোৰ (নাৰী কণ্ঠ)"  আক্ৰাম উদ্দিনমধুস্মিতা ৫:২৬
2. "আজি মন মোৰ (পুৰুষ কণ্ঠ)"  আক্ৰাম উদ্দিনপ্ৰীতম দত্ত ৫:৩২
3. "এ বাবু"  আক্ৰাম উদ্দিননেহা সিং ৪:১৭
4. "সকলোৱে কয়"  আক্ৰাম উদ্দিনসুপ্ৰিয়া পাঠক ৪:৩৮
5. "জীৱন পথেৰে"  আক্ৰাম উদ্দিনগ্ৰেগ শৰ্মা ৪:২৬
6. "নীলা চকু"  আক্ৰাম উদ্দিনপ্ৰীতম দত্ত, মধুস্মিতা ৪:৪৮
মুঠ দৈৰ্ঘ্য:
২৮:৪৭


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক