অসমত দেখা পোৱা উভচৰ প্ৰাণীসমূহ


অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম চিত্ৰ
চুক ভেকুলী Common Asian Toad Duttaphrynus melanostictus
বামুণ ভেকুলা Indian Bull Frog Hoplobatrachus tigerinus
অসমীয়া হাবি বেং Brown backed Oriental Stream Frog Hylarana leptoglossa
ডাঙৰ দলনি বেং Bhamo Frog Humerana humeralis
পটিয়া পাত বেং Common Tree Frog Polypedates leucomystaxs
সেউজীয়া পাত বেং Twin-spotted Tree Frog Rhacophorus bipunctatus
পৰুৱা পাত বেং Ornate Narrow mouthed frog Microhyla ornata

তথ্যসূত্ৰ সম্পাদনা কৰক