অসমীয়া সাহিত্যৰ চানেকি
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
অসমীয়া সাহিত্যৰ চানেকি (ইংৰাজী: Axomiya hahitiyar saneki) অসমীয়া সাহিত্যৰ চানেকি অসমৰ একমাত্ৰ প্ৰথম দৈনিক ই আলোচনী। প্ৰথমতে এই আলোচনীখন তিনিজন যুৱকৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল বোকাখাটৰ ৰিণ্টু কুৰ্মী, নুমলীগড়ৰ দুলাল ৰবিদাস আৰু যোৰহাটৰ ৰিংকু ৰাজোৱাৰৰ সহযোগত। অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত ২০২০ চনৰ ১ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনীখন ৱেবছাইট যোগে প্ৰকাশ কৰা হয়।
অসমীয়া সাহিত্যৰ চানেকি | |
---|---|
ইউ আৰ এল | www |
প্ৰকাৰ | অসমীয়া অনলাইন ই আলোচনী। |
ভাষা | অসমীয়া |
মুকলি | ০১ জানুৱাৰী, ২০২০ |