অসমীয়া সাহিত্যৰ চানেকি

অসমীয়া সাহিত্যৰ চানেকি (ইংৰাজী: Axomiya hahitiyar saneki) অসমীয়া সাহিত্যৰ চানেকি অসমৰ একমাত্ৰ প্ৰথম দৈনিক ই আলোচনী। প্ৰথমতে এই আলোচনীখন তিনিজন যুৱকৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল বোকাখাটৰ ৰিণ্টু কুৰ্মী, নুমলীগড়ৰ দুলাল ৰবিদাস আৰু যোৰহাটৰ ৰিংকু ৰাজোৱাৰৰ সহযোগত। অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত ২০২০ চনৰ ১ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনীখন ৱেবছাইট যোগে প্ৰকাশ কৰা হয়।

অসমীয়া সাহিত্যৰ চানেকি
ইউ আৰ এল www.axomiyahahitiyarsaneki.com
প্ৰকাৰ অসমীয়া অনলাইন ই আলোচনী।
ভাষা অসমীয়া
মুকলি ০১ জানুৱাৰী, ২০২০

তথ্যসূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক