অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
(অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহৰ পৰা পুনঃনিৰ্দেশিত)
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
অসমীয়া বাতৰি কাকত
অসমীয়া দৈনিক
নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে :-
নাম | ইংৰাজী নাম | সম্পাদক | প্ৰথম প্ৰকাশ | চলিত / স্থগিত | ৱেবছাইট |
---|---|---|---|---|---|
অৰুণোদই | Arunodoi | নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক) | ১৮৪৬, জানুৱাৰী | স্থগিত (১৮৮২) | উপলদ্ধ নহয় |
আসাম বিলাসিনী | ১৮৭১ | স্থগিত (১৮৮৩) | উপলদ্ধ নহয় | ||
আসাম মিহিৰ | ১৮৭২ | স্থগিত (১৮৭৩) | উপলদ্ধ নহয় | ||
আসাম দৰ্পণ | ১৮৭৪ | স্থগিত (১৮৭৫) | উপলদ্ধ নহয় | ||
চন্দ্ৰোদয় | ১৮৭৬ | স্থগিত | উপলদ্ধ নহয় | ||
আসাম দীপক | ১৮৭৬ | স্থগিত | উপলদ্ধ নহয় | ||
গোৱালপাৰা হিতসাধিনী | ১৮৭৬ | স্থগিত (১৮৭৮) | উপলদ্ধ নহয় | ||
আসাম নিউজ | ১৮৮২ | স্থগিত (১৮৮৫) | উপলদ্ধ নহয় | ||
আসাম বন্ধু | ১৮৮৫ | স্থগিত (১৮৮৬) | উপলদ্ধ নহয় | ||
মৌ | The Bee | হৰনাৰয়ণ বড়া | ১৮৮৬ | স্থগিত (১৮৮৭) | উপলদ্ধ নহয় |
অসম আদিত্য | Asom Aditya | চলিত | asomaditya.com | ||
অসমীয়া খবৰ | Asomiya Khobor | বিশ্বজিৎ দাস | ২০০১, নৱেম্বৰ ৬ | চলিত | assamiyakhabor.com |
অসমীয়া প্ৰতিদিন[1] | Axomiya Pratidin | নিত্য বৰা | ১৯৯৫, মাৰ্চ ৩ | চলিত | epaper.asomiyapratidin.in |
আজি | Aaji | অজিত কুমাৰ ভূঞা | ২০০০, মাৰ্চ ২২ | স্থগিত | উপলদ্ধ নহয় |
আজিৰ অসম | Aajir Axom | ১৯৮৭, আগষ্ট ১৫ | উপলদ্ধ নহয় | ||
আজিৰ দৈনিক বাতৰি | Aajir Dainik Batori | মিহিৰ দেউৰী | ২০০৫, জানুৱাৰী ২৩ | স্থগিত | উপলব্ধ নহয় |
আজিৰ বাতৰি | Aajir Batori | ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী | ১৯৯১, ডিচেম্বৰ ১৬ | স্থগিত | উপলদ্ধ নহয় |
আমাৰ অসম | Amar Asom/Aamar Axom | প্ৰশান্ত ৰাজগুৰু | ১৯৯৭, এপ্ৰিল ২১ | চলিত | amarasom.glpublications.in |
এদিনৰ সংবাদ[2] | Adinor sambad | অদীপ কুমাৰ ফুকন | উপলদ্ধ নহয় | ||
গণ অধিকাৰ | Gana Adhikar | ড॰ জাকিৰ হুছেইন | ২০১১ | চলিত | epaper |
দৈনিক অগ্ৰদূত | Dainik Agradoot | কনকসেন ডেকা | আৰম্ভণিৰ বৰ্ষ | চলিত | dainikagradoot.in |
দৈনিক অসম | Dainik Asam | প্ৰফুল্ল গোবিন্দ বৰুৱা | ১৯৬৫, আগষ্ট ৪ | চলিত | dainikasam |
দৈনিক জনমভূমি[3] | Dainik Janambhumi | উৎপল বৰুৱা | ১৯৭২, জুন ১ | চলিত | dainikjanambhumi.co.in |
দৈনিক জনসাধাৰণ | Janasadharan | শিৱনাথ বৰ্মন | ২০০৩, জানুৱাৰী ১ | স্থগিত | উপলব্ধ নহয় |
নতুন দৈনিক | Natun Dainik | স্থগিত | উপলদ্ধ নহয় | ||
নিয়মীয়া বাৰ্তা[4] | Niyomiya Barta | নৰেশ কলিতা | চলিত | niyaomiyabarta.com | |
দৈনন্দিন বাৰ্তা | Dainandin Barta | শংকৰ গোহাঞি | ২০১০ | চলিত | dainandinbartagroup.in |
অন্যান্য ভাষাত প্ৰকাশিত
সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সামৰি প্ৰকাশ পোৱা বা-বাতৰিক কেন্দ্ৰ কৰি অন্যান্য ভাৰতীয় ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে :-:-
নাম | ইংৰাজী নাম | ভাষা | প্ৰথম প্ৰকাশ | চলিত / স্থগিত | ৱেবছাইট |
---|---|---|---|---|---|
দ্য আছাম ট্ৰিবিউন | The Assam Tribune | ইংৰাজী ভাষা | ১৯৩৯, আগষ্ট ৪ | চলিত | http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1011 Archived 2011-12-10 at the Wayback Machine |
দ্যা ছেণ্টিনেল | The Sentinel | ইংৰাজী ভাষা | ১৯৮৩ | চলিত | http://www.sentinelassam.com/ |
দা নৰ্থ ইষ্ট টাইমছ্ | The North East Times | ইংৰাজী ভাষা | চলিত | http://net.glpublications.in/ | |
দৈনিক পূৰ্বোদয় | Dainik Purvoday | হিন্দী ভাষা | চলিত | http://www.dainikpurvoday.com/ | |
দৈনিক প্ৰান্তজ্যোতি | Dainik Prantojyoti | বাংলা ভাষা | চলিত | http://dainikprantojyoti.com/ | |
দৈনিক যুগশঙ্খ | Dainik Jugasankha | বাংলা ভাষা | চলিত | https://jugasankhaepaper.com/ | |
প্ৰাতঃ খবৰ | Pratah Khabar | হিন্দী ভাষা | চলিত | http://patahkhabar.in/[সংযোগবিহীন উৎস] | |
পূৰ্বাঞ্চল প্ৰহৰী | Purbanchal Prohori | হিন্দী ভাষা | চলিত | http://pp.glpublications.in/ | |
দৈনিক সাময়িক প্ৰসঙ্গ | Dainik Samayik Prasanga | বাংলা ভাষা | চলিত | https://samayikprasanga.in/epaper.php |
সাপ্তাহিক[5]
নাম | ইংৰাজী নাম | সম্পাদক | প্ৰথম প্ৰকাশ | চলিত / স্থগিত | ৱেবছাইট |
---|---|---|---|---|---|
অসম বাণী | Asam Bani | দিলীপ চন্দন | চলিত | www.asambani.com | |
প্ৰাগজ্যোতিষ | Pragjyotish | ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী | ২০০৯ | স্থগিত | |
সাদিন[6] | Saadin | তিলক হাজৰিকা | ১৯৮৮ | চলিত | http://www.pratidinassam.com/sadin/index.html Archived 2008-04-15 at the Wayback Machine |
প্ৰমুখ আলোচনীসমূহ
সাহিত্য আলোচনী
নাম | ইংৰাজী নাম | প্ৰথম প্ৰকাশ | সম্পাদক | চলিত / স্থগিত | টোকা |
---|---|---|---|---|---|
গৰীয়সী[7] | Goriyoshi | ধ্ৰুৱজ্যোতি বৰা | চলিত | সাহিত্যালোচনী | |
জোনাকী | Jonaki | ১৮৮৯ | চন্দ্ৰকুমাৰ আগৰৱালা | স্থগিত | প্ৰথম অসমীয়া মাহেকীয়া আলোচনী |
তৃষ্ণাতুৰ | Trishnatur | উদাহৰণ | স্থগিত | বিনোদনধৰ্মী আলোচনী | |
নতুন আৱিষ্কাৰ | Natun Aviskar | ১৯৮৮ | শান্তনু তামূলী | বিজ্ঞান আলোচনী | |
নতুন সৃজন | Natun Srijan | বিজ্ঞান আলোচনী | |||
নন্দিনী[7] | Nandini | ২০০০ | মাইনী মহন্ত | চলিত | মহিলাৰ আলোচনী |
প্ৰকাশ | Prakash | ১৯৭৫ | মিহিৰ দেউৰী | চলিত | |
প্ৰান্তিক | Prantik | ১৯৮১ | প্ৰদীপ বৰুৱা | চলিত | সাহিত্যালোচনী |
প্ৰিয় সখী[8] | Priyo Xokhi | ২০০০ | শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)[7] | চলিত | মহিলাৰ আলোচনী[9] |
বাৰ ওঠৰ | Bara Othara | ডাঃ জয়ন্ত বিশ্ব শৰ্মা | চলিত | কিশোৰ-কিশোৰীৰ আলোচনী | |
বাঁহী | Banhi | ১৯০৯ | স্থগিত | টোকা | |
বিচ্চুৰিত বৰ্ণালী | Bicchurito Bornali | ২০০৯ | মহিলাৰ আলোচনী | ||
বিজ্ঞান জেউতি | Bigyan Jeuti | বিজ্ঞান আলোচনী | |||
বিজ্ঞান সুৰভি | Bigyan Surabhi | বিজ্ঞান আলোচনী | |||
বিস্ময়[7][8] | Bismoi | ১৯৬৯ | শশী ফুকন | স্থগিত | বিনোদনধৰ্মী আলোচনী |
মায়া | Maya | স্থগিত | বিনোদনধৰ্মী আলোচনী | ||
সাতসৰী[7] | Satsori | ২০০৫ | অনুৰাধা শৰ্মা পূজাৰী, পূৰ্বৰ সম্পাদক -হোমেন বৰগোহাঞি | চলিত | সাহিত্যালোচনী |
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন | Swastya | উদাহৰণ | চলিত | স্বাস্থ্যভিত্তিক আলোচনী | |
শ্ৰীময়ী[7] | Srimoyee | ১৯৮৭ | বেণী মাধৱ | স্থগিত | মহিলাৰ আলোচনী |
ৰহস্য | Rahashya | উদাহৰণ | স্থগিত | বিনোদনধৰ্মী আলোচনী | |
ৰোমাঞ্চ[7] | Rommance | ১৯৯৯ | মুকুল কলিতা | স্থগিত | বিনোদনধৰ্মী আলোচনী |
মৌ | Mou | ডিচেম্বৰ, ১৮৮৬ চন | স্থগিত | উপলদ্ধ নহয় | |
সাম্প্ৰতিক জনমত | Sampratik Janamat | ২০১৭ | ৰুবী ফুকন | চলিত | অসমীয়া মাহেকীয়া বাৰ্তালোচনী |
শিশু আলোচনী
নাম | ইংৰাজী নাম | প্ৰথম প্ৰকাশ | সম্পাদক | চলিত / স্থগিত | ৱেবছাইট |
---|---|---|---|---|---|
অকণিৰ অগ্ৰদূত[7] | Akonir Agradoot | ১৯৯৫ | ৰমেন শইকীয়া, অসীম কুমাৰ বৰা | স্থগিত | উপলদ্ধ নহয় |
চান্দামামা | Chandamama | স্থগিত | উপলদ্ধ নহয় | ||
টিংকল | Tinkle | উদাহৰণ | ৰজনী থিনদাথ | চলিত | উপলদ্ধ নহয় |
নতুন আৱিষ্কাৰ | Notun Abiskar | উদাহৰণ | শান্তনু তামূলী | চলিত | উপলদ্ধ নহয় |
শিশু ৰত্ন | Shishu Ratna | নৱেম্বৰ, ২০০৪ চন | গোবিন চন্দ্ৰ নাথ | স্থগিত | উপলদ্ধ নহয় |
মৌচাক | Mouchaq | এপ্ৰিল, ১৯৮৪ চন | শান্তনু তামূলী | চলিত | mouchaq.in Archived 2020-04-07 at the Wayback Machine |
সঁফুৰা | Sofura | এপ্ৰিল, ১৯৮২ চন | অমল দত্ত | চলিত | sofura.org |
ৰংমেলা | Rongmela | উদাহৰণ | অৰুণ ভাগৱতী | চলিত | উপলদ্ধ নহয় |
কালক্ৰমিক তালিকা
নাম | প্ৰথম প্ৰকাশ | সম্পাদক | টোকা | |
---|---|---|---|---|
বৰ্ণালী | ১৯৮১ | পুণ্যৰাম নেওগ | ||
উদগীৰণ | ১৯৮১ | জ্ঞানশংকৰ খাকলাৰী | ||
এন ই প্লেনটেশ্বন নিউজ | ১৯৮১-১৯৮২ | জগদীশ ফুকন | ||
কিশলয় | ১৯৮১ | ফুল বৰা | ||
নৱ দিগন্ত | ১৯৮১ | ঈশ্বৰপ্ৰসাদ চৌধুৰী | ||
লোকায়ত | ১৯৮১ | হোমেন বৰগোহাঞি | ||
কাঁচিয়লি | ১৯৮১ | লীলাধৰ হাজৰিকা | ||
খ্ৰীষ্টজ্যোতি | ১৯৮১ | টংকেশ্বৰ বৰুৱা | ||
জোনাক | ১৯৮১ | নিবেদিতা হাজৰিকা, জিনু গোস্বামী | ||
ঋতায়ণ | ১৯৮১ | সত্যপ্ৰসাদ কলিতা | ||
আশীৰ্বাদ | ১৯৮১ | লক্ষ্মীনাৰায়ন বৰ্মন | ||
নৱ-অৰুণোদয় | ১৯৮১ | দীপক কাকতি | ||
অস্তিত্বৰ চেতনা | ১৯৮১ | নৱজ্যোতি নাথ | ||
কণ্ঠস্বৰ | ১৯৮১ | নৃপেন শইকীয়া | ||
অধিকাৰ | ১৯৮১ | |||
পাণ্ডুলিপি | ১৯৮১ | |||
ব্যতিক্ৰম | ১৯৮১ | নলীন কোঁৱৰ | ||
ৰংঘৰ | ১৯৮১ | শশী ফুকন | ||
বৰ্তমান গণ-আন্দোলন আৰু ছাত্ৰ আন্দোলন | ১৯৮১ | প্ৰবীণ লহকৰ | ||
জনবাণী | ১৯৮১ | প্ৰমোদ বৰ্মন | ||
কামৰূপা | ১৯৮১ | সুৰেশ গোস্বামী | ||
নতুন বাঁহী | ১৯৮১ | জয়ন্ত ৰংপী | ||
জুনুকা | ১৯৮১ | নৰেন্দ্ৰ কুমাৰ দাস | ||
ৰ’দালি | ১৯৮২ | পদুমী গগৈ | ||
সঁফুৰা | ১৯৮২-৯৬ | ড॰ ভবেন্দ্ৰ নাথ শইকীয়া | ||
জাগৰণ | ১৯৮২ | যুগল কুমাৰ শইকীয়া | ||
সংবাদ-বিচিত্ৰা | ১৯৮২ | ৰূপহ চলিহা | ||
প্ৰতিধ্বনি | ১৯৮২ | মৃদুল বৰুৱা | ||
কনষ্ট্ৰাকছন ট্ৰিবিউন | ১৯৮২ | ড॰ হেমকান্ত বৰুৱা | ||
অভিযান | ১৯৮২ | বীৰেণ চন্দ্ৰ দাস | ||
সংগম | ১৯৮২ | শৈলেন দাস, জবিউল আলি | ||
আহ্বান | ১৯৮২ | মহম্মদ গিয়াছুদ্দিন | ||
প্ৰকাশন | ১৯৮২ | কুমুদ গোস্বামী | ||
অসম কণ্ঠ | ১৯৮২ | ডাঃ নেছাৰ আহমেদ | ||
কৰ্ম যুগ | ১৯৮২ | খগেন বায়ন | ||
দোকমোকালি | ১৯৮২ | দেৱব্ৰত শৰ্মা | ||
শ্ৰমজীৱী | ১৯৮২ | অচ্যুত কুমাৰ শৰ্মা | ||
যুগ | ১৯৮৩ | ড॰ নৱ হাজৰিকা | ||
সেউজী তল | ১৯৮৩ | আনন্দ শৰ্মা | ||
অৰিন্দম | ১৯৮৩ | দিলীপ চন্দন শৰ্মা, ভৃংগেশ্বৰ শৰ্মা, প্ৰদীপ শৰ্মা | ||
কালান্তৰ | ১৯৮৩ | উৎপল ভূঞা | ||
আজিৰ কবিতা | ১৯৮৩ | মদন শৰ্মা | ||
অধিকাৰ | ১৯৮৩ | অনুপ ফুকন | ||
অসমী | ১৯৮৩ | পৰম শংকৰ দত্ত | ||
অংকুৰ | ১৯৮৩ | কামেশ্বৰ বৰ্মন | ||
টি ছেট | ১৯৮৩ | অৰূপ কুমাৰ দত্ত | ||
জনসংস্কৃতি | ১৯৮৩ | ড॰ জয়ন্ত ৰংপী | ||
আইদেউৰ জোনাকী বাট | ১৯৮৩ | ৰাজু বৰুৱা, অৰ্পণা মহন্ত | ||
অনাৰু | ১৯৮৩ | মানৱ কুমাৰ ৰামচিয়াৰী | ||
ভূমিকা | ১৯৮৩ | শান্তনু তামোলী | ||
খেল-ধেমালী | ১৯৮৩ | ফণী শৰ্মা | ||
সংযোগ | ১৯৮৩ | অৰুপ কুমাৰ দত্ত | ||
অভিযাত্ৰী | ১৯৮৩ | উদ্ভৱ পাঠক | ||
কৃষক বন্ধু | ১৯৮৩ | প্ৰসন্ন দত্ত | ||
তদন্ত | ১৯৮৩ | ঘন হাজৰিকা | ||
চিত্ৰজ্যোতি | ১৯৮৩ | অপূৰ্ব শৰ্মা | ||
প্ৰতীতি | ১৯৮৩ | নবীন বৰুৱা, প্ৰদীপজ্যোতি মহন্ত | ||
জনশিখা | ১৯৮৩ | পুতুল কলিতা | ||
মেজাংকৰি | ১৯৮৩ | শংকৰ কাকতি, অক্ষয় নাথ | ||
জনবিজ্ঞান | ১৯৮৩ | ড॰ পৰমানন্দ মহন্ত | ||
এনাজৰী | ১৯৮৪ | ঊষা শইকীয়া | ||
কণ্ঠস্বৰ | ১৯৮৪ | এম আব্দুল মজিদ খান | ||
দধিচী | ১৯৮৪ | সুৰজিত গোস্বামী | ||
প্ৰতিধ্বনি | ১৯৮৪ | ড॰ ভূপেন হাজৰিকা | ||
সীৰলু | ১৯৮৪ | নৱকান্ত বৰুৱা | ||
সীমান্ত | ১৯৮৪ | বিশ্বেশ্বৰ হাজৰিকা | ||
জনজাতি | ১৯৮৪ | লক্ষ্মীনাথ পাংগিং | ||
সমদল | ১৯৮৪ | মনোৰঞ্জন শৰ্মা | ||
অভিযান | ১৯৮৪ | জ্ঞানেন চৌধুৰী | ||
ত্ৰিশংকু | ১৯৮৪ | চৈয়দ আব্দুল মালিক | ||
দূত | ১৯৮৪ | মতিউৰ ৰহমান | ||
চিত্ৰদূত | ১৯৮৪ | দিব্যজ্যোতি লহকৰ | ||
মৌচাক | ১৯৮৪ | শান্তনু তামোলী | ||
শিক্ষা বিকাশ | ১৯৮৪ | মহিৰুদ্দিন মজুমদাৰ | ||
মণিহাৰ | ১৯৮৪ | নানু দত্ত | ||
সংঘ বাৰ্তা | ১৯৮৪ | অসম মহিলা সংঘৰ মুখপত্ৰ | ||
জ্ঞানপীঠ | ১৯৮৪ | বসন্ত দাস | ||
নিজৰা | ১৯৮৪ | বিদ্যুত কুমাৰ শৰ্মা | ||
ককাদেউতা | ১৯৮৪ | দুলাল চন্দ্ৰ বৰঠাকুৰ | ||
পথিক | ১৯৮৪ | পথিক গোষ্ঠী | ||
প্ৰতিকল্প | ১৯৮৪ | নন্দলাল সেনগুপ্ত | ||
অনন্য | ১৯৮৪ | হেমচন্দ্ৰ বৰা | ||
গমুগ | ১৯৮৪ | খগেন পেগু | ||
লুইতৰ পৰা মিচিচিপি | ১৯৮৪ | সঞ্জীৱ বৰুৱা | ||
আমি সাতভনী | ১৯৮৪ | শ্যাম বৰা | ||
ডনগমুছা | ১৯৮৪ | পি মাৰউইন | ||
অনুপম | ১৯৮৪ | অনিল কুমাৰ ডেকা | ||
সমলয় | ১৯৮৫ | জনাৰ্দন মহন্ত, আনন্দ দত্ত | ||
জনজ্যোতি | ১৯৮৫ | |||
দৃষ্টি | ১৯৮৫ | ড॰ দীনেশচন্দ্ৰ গোস্বামী | ||
শতৰূপ | ১৯৮৫ | আভা বৰা | ||
আৱাহন (পুনৰ প্ৰকাশ) | ১৯৮৫ | দিলীপ কুমাৰ শৰ্মা | ||
প্ৰতিধ্বনি | ১৯৮৫ | ড॰ ভূপেন হাজৰিকা | ||
অভিমত | ১৯৮৫ | |||
প্ৰহৰী | ১৯৮৫ | কমল গগৈ | ||
অপৰূপা | ১৯৮৫ | ব্ৰজেন বৰুৱা | ||
উত্তৰণ | ১৯৮৫ | |||
আজিৰ সময় | ১৯৮৫ | ধ্ৰুৱজ্যোতি বৰা | ||
ফ্ৰণ্টিয়াৰ ছান | ১৯৮৫ | ৰনবীৰ ৰয় | ||
নৱদূত | ১৯৮৫ | উমাকান্ত শৰ্মা | ||
সাময়িকী | ১৯৮৫ | বিধান চন্দ্ৰ দেৱ | ||
ৰসৰাজ | ১৯৮৫ | মদন চন্দ্ৰ মেধি | ||
ফুল | ১৯৮৬ | নলিনীপ্ৰভা ডেকা | ||
অনুভূতি | ১৯৮৬ | আৰতি হাজৰিকা | ||
নিৰিবিলি | ১৯৮৬ | অমিয় কুমাৰ ভাণ্ডাৰ কায়স্থ | ||
একলব্য | ১৯৮৬ | অমৰজ্যোতি গগৈ, দেৱব্ৰত শৰ্মা | ||
নতুন প্ৰকাশ | ১৯৮৬ | কেশৱ হাজৰিকা | ||
প্ৰাংগন | ১৯৮৬ | |||
আমাৰ এ পি এল | ১৯৮৬ | ভবেশ বৰুৱা | ||
কণ কণ | ১৯৮৬ | ৰঞ্জু হাজৰিকা | ||
নদী | ১৯৮৬ | পুতুল হাজৰিকা | ||
প্ৰতিশ্ৰুতি | ১৯৮৬ | গুণমনি বৰা | ||
জন অনুভূতি | ১৯৮৬ | প্ৰবীণ বৰ্মন (মুখ্য সম্পাদক) | ||
আমাৰ প্ৰতিশ্ৰুতি | ১৯৮৬ | পৱিত্ৰ কুমাৰ নাথ | ||
সঁজাল | ১৯৮৬ | হিতেন্দ্ৰ কুমাৰ গগৈ, দীপক গগৈ | ||
অনিৰুদ্ধ | ১৯৮৬ | মুনীন শৰ্মা | ||
ৰূপান্তৰ | ১৯৮৬ | মুক্তি গগৈ, কন্দৰ্প কুমাৰ বৰবৰুৱা | ||
অভিষেক | ১৯৮৬ | সুব্ৰত দাস, সুবীৰৰঞ্জন দাস | ||
ঐক্যন | ১৯৮৭ | শান্তনু কৌশিক বৰুৱা | ||
ছাত্ৰ প্ৰতিনিধি | ১৯৮৭ | গোবিন্দমোহন গোস্বামী | ||
জ্ঞানদীপ | ১৯৮৭ | ছবিৰ হুছেইন | ||
নতুন সীৰলু | ১৯৮৭ | নৱকান্ত বৰুৱা (মুখ্য সম্পাদক) | ||
ফিৰিঙতি | ১৯৮৭ | প্ৰভাত চন্দ্ৰ শৰ্মা, মনোৰঞ্জন শৰ্মা | ||
বিজ্ঞান সঁফুৰা | ১৯৮৭ | কুলৰঞ্জন ডেকা | ||
মইনা | ১৯৮৭ | ভাগ্যলক্ষ্মী মহন্ত | ||
মুকুতা | ১৯৮৭ | কুমুদ গোস্বামী | ||
ঋতু | ১৯৮৭ | ভুৱনেশ্বৰ শৰ্মা | ||
সাতসৰী | ১৯৮৭ | কমলকুমাৰী বৰুৱা | ||
অনুভূতি | ১৯৮৭ | নীলিমা শৰ্মা | ||
প্ৰেৰণা | ১৯৮৭ | নিৰদ দাস, হৰমোহন চহৰীয়া, গোপাল শৰ্মা | ||
জনকল্লোল | ১৯৮৭ | শুক্লেশ্বৰ মেধি | ||
নাট্যান্দোলন | ১৯৮৭ | আলি হাইদৰ | ||
ইস্পাতৰ ফুল | ১৯৮৭ | সবিতা লহকৰ | ||
শ্ৰীময়ী | ১৯৮৭ | বেণী মাধৱ | ||
প্ৰত্যুষ | ১৯৮৭ | কেশৱ গগৈ | ||
সময়ৰ কবিতা | ১৯৮৭ | ৰমেন শইকীয়া | ||
মানস | ১৯৮৭ | সঞ্জীৱ কুমাৰ বৰকাকতি | ||
সংস্কৃতি পল্লৱ | ১৯৮৭ | জনাৰ্দন ভূঞা, জগত বৰা | ||
গিৰিজনি | ১৯৮৭ | ৰমাকান্ত বৰবৰুৱা | ||
সমকাল | ১৯৮৭ | হোমেন বৰগোহাঞি | ||
নৱপ্ৰভাত | ১৯৮৭ | বেণুধৰ কলিতা | ||
আটলাণ্টা | ১৯৮৭ | আজিম হাজৰিকা | ||
সচেতনা | ১৯৮৭ | গায়ত্ৰী হাজৰিকা | ||
সময় সংহিতা | ১৯৮৭ | ধ্ৰুৱজ্যোতি বৰা | ||
বলয় | ১৯৮৭ | ৰিজু হাজৰিকা | ||
বৰপীঠ | ১৯৮৭ | গণেশ দাস | ||
ইস্তাহাৰ | ১৯৮৭ | সোণেশ্বৰ পাটোৱাৰী | ||
লুইত | ১৯৮৭ | অৱনী চক্ৰৱৰ্তী | ||
জিলমিল | ১৯৮৭ | কুমাৰ দীপক | ||
ধৰিত্ৰী | ১৯৮৮ | ৰঞ্জুমণি গগৈ | ||
গণকণ্ঠ | ১৯৮৮ | অশোক দাস | ||
নি ৰাফৌদায় | ১৯৮৮ | সুবুংসা মৌসাহাৰী | ||
নতুন আৱিষ্কাৰ | ১৯৮৮ | শান্তনু তামোলী | ||
নতুন কবিতা | ১৯৮৮ | ৰাম গগৈ | ||
মান্দুলী | ১৯৮৮ | সাৱিত্ৰী গগৈ | ||
খাসিনি | ১৯৮৮ | গুনেশ্বৰ মৌসাহাৰি | ||
ৰংবিৰং | ১৯৮৮ | লাৱণ্য গোস্বামী | ||
ৰূপান্তৰ | ১৯৮৮ | কনক কলিতা | ||
মণিহাৰ | ১৯৮৮ | |||
জীৱন জেউতি | ১৯৮৮ | জবিউল জাহাদ্দিৰ | ||
কল্পদ্ৰুম | ১৯৮৮ | কুমাৰ অনুকূল দাস | ||
দিকপাল | ১৯৮৮ | এম আব্দুল মজিদ (মু. সা.) | ||
স্বাস্থ্য চিন্তা | ১৯৮৮ | ডাঃ নগেন দত্ত, শান্তনু তামোলী | ||
অনন্যা | ১৯৮৮ | মুনীন্দ্ৰ মহন্ত | ||
ঋত্বিক | ১৯৮৮ | শ্যামাপ্ৰসাদ শৰ্মা | ||
কলম | ১৯৮৮ | এ আৰ বৰা | ||
ৰিগি-ৰিগাং | ১৯৮৮ | অমৰেন্দ্ৰ স্বৰ্গীয়াৰী | ||
আকাল | ১৯৮৮ | ধীৰাজ কুমাৰ ডেকা | ||
সাৰথি | ১৯৮৮ | জীৱেশ্বৰ দাস | ||
কলিয়া ভোমোৰা | ১৯৮৮ | উপেন্দ্ৰ বৰকটকী | ||
আজিৰ শিক্ষা সংবাদ | ১৯৮৮ | |||
অধিনায়ক | ১৯৮৯ | যোগেশ দাস | ||
গাণ্ডীৱ (কাব্যালোচনী) | ১৯৮৯ | কুকি পূজাৰী | ||
মনোহৰা | ১৯৮৯ | নীলিমা গোস্বামী | ||
প্ৰাচ্য ভাৰতী | ১৯৮৯ | নগেন গোস্বামী | ||
অৱতাৰ | ১৯৮৯ | সুমন্ত চলিহা | ||
জনগণ | ১৯৮৯ | |||
আংতং | ১৯৮৯ | কুমুদ চন্দ্ৰ ডেকা | ||
সুবাস | ১৯৮৯ | ববিতা কোঁৱৰ, প্ৰদীপ কুমাৰ মৰাণ | ||
চন্দ্ৰমা | ১৯৮৯ | উষা ডেকা | ||
চিলাৰায় | ১৯৮৯ | নিত্যা দত্ত | ||
জ্ঞানকোষ | ১৯৮৯ | কুমাৰ নিৰঞ্জন | ||
ডেকা অসম | ১৯৮৯ | ক্ষিতিশ চন্দ্ৰ ফুকন | ||
ত্ৰিনয়ন | ১৯৮৯ | ৰমেন শইকীয়া | ||
গুণগুণনি | ১৯৮৯ | আফাতাবুল হুছেইন | ||
অন্তৰংগ | ১৯৮৯ | |||
সপ্তৰ্ষি | ||||
সূৰুজ | ১৯৮৯ | অশ্বিনী কুমাৰ শৰ্মা (মুঃ সঃ) | ||
জৱাহৰ জেউতি | ১৯৮৯ | অন্নপূৰ্ণা বৰুৱা | ||
অসম | ১৯৮৯ | মহেশ্বৰ চুতীয়া | ||
স্বাধীনতা | ১৯৮৯ | সিদ্ধাৰ্থ ফুকন | ||
গণ কবিতা | ১৯৮৯ | ধ্ৰুৱ কুমাৰ তালুকদাৰ | ||
মণি-কাঞ্চন | ১৯৮৯ | সঞ্জীৱ কুমাৰ তালুকদাৰ | ||
সূত্ৰধাৰ | ১৯৮৯ | হোমেন বৰগোহাঞি | ||
নীলকণ্ঠ | ১৯৮৯ | ৰাণা আহমেদ বৰা | ||
সংযোগ | ১৯৮৯ | নিত্যানন্দ বৰা | ||
অন্বেষণ | ১৮৯০ | বিবেকা হাজৰিকা | ||
আজোকবাৰ্তা | ১৮৯০ | নৰেন্দ্ৰ দেৱ শাস্ত্ৰী | ||
আধাৰ | ১৮৯০ | গীতা হাতীকাকতি | ||
সহযাত্ৰী | ১৮৯০ | জ্যোতিৰেখা হাজৰিকা | ||
গুঞ্জন | ১৮৯০ | প্ৰেম গগৈ | ||
শাশ্বত | ১৮৯০ | ৰমেন মেধি | ||
জ্ঞান-বিজ্ঞান | ১৮৯০ | জ্যোতি ফুকন | ||
জন সৈনিক | ১৮৯০ | ৰাজকমল | ||
ডেউকা | ১৮৯০ | দুদুল মণি শৰ্মা | ||
অন্বেষা | ১৮৯০ | প্ৰশান্ত কুমাৰ চুতিয়া | ||
গুমুৰ | ১৮৯০ | অখ্ৰাং দৈমাৰী | ||
দখিনপাৰ | ১৮৯০ | সৰ্বেশ্বৰ মজুমদাৰ | ||
নতুন যুগৰ অগ্নিবান | ১৮৯০ | সুশীল ৰাজখোৱা | ||
বিকল্প | ১৯৯০ | ব্ৰজকিশোৰ শইকীয়া | ||
উদাংস্ৰি | ১৯৯০ | ৰূপনাথ মৌসাহাৰী | ||
মৌ-কোঁহ | ১৯৯০ | বেদান্ত কুমাৰ বৰা | ||
ৰ’দালী | ১৯৯০ | পূৰ্ণিমা কোঁৱৰ | ||
ফুলনি | ১৯৯০ | বুবুল চন্দ্ৰ ডেকা | ||
সংবাদ আৰু সাংবাদিক | ১৯৯০ | দিলীপ কুমাৰ বৰুৱা | ||
সমন্বয় সংবাদ | ১৯৯০ | অৰূপ কুমাৰ শৰ্মা | ||
সালংকৃতা | ১৯৯০ | হিৰণময়ী দত্ত, মাধুৰী কলিতা চৌধুৰী | ||
জোনাক | ১৯৯০ | হৰেকৃষ্ণ বৰ্মন | ||
ফুলনি | ১৯৯০ | প্ৰণৱজ্যোতি নেওগ | ||
পষেক | ১৯৯০ | নীল গোহাঁই | ||
অংগীকাৰ | ১৯৯০ | অৰুণ বৰুৱা | ||
গুঞ্জন | ১৯৯০ | প্ৰেম গগৈ | ||
জ্ঞানোদয় | ১৯৯০ | শৰৎ ৰাজখোৱা | ||
প্ৰৰণা (নৱ-প্ৰেৰণা) | ১৯৯০ | ৰূপহ চলিহা | ||
সিংহদ্বাৰ | ১৯৯০ | প্ৰদীপ গগৈ | ||
পূবালী | ১৯৯০ | বেণী মাধৱ | ||
সূৰ্যমুখী | ১৯৯০ | গজেন শইকীয়া | ||
নতুন দিন | ১৯৯০ | মতিউৰ ৰহমান | ||
সুবাসিত সান্নিধ্য | ১৯৯০ | বন্তিশিখা পাঠক | ||
হেৰিটেজ | ১৯৯০ | সুকুমাৰ বাগছী | ||
ঊষা | ১৯৯০ | ৰুণুমী বৰা | ||
অংকুৰণ | ১৯৯০ | গোপাল চন্দ্ৰ বেজবৰুৱা | ||
আন্দোলন | ১৯৯০ | কন্দৰ্প শইকীয়া | ||
সাময়িক | ১৯৯০ | মলয়া খাউণ্ড | ||
অধিকাৰ | ১৯৯১ | দীপিকা পৰদেশী | ||
কাব্যপ্ৰৱাহ | ১৯৯১ | জনাৰ্দন মহন্ত | ||
কিশোৰ | ১৯৯১-৯২ | হোমেন বৰগোহাঞি | ||
সংগীত | ১৯৯১ | প্ৰতিম নেওগ | ||
ষ্টেটফেড বাতৰি | ১৯৯১ | জগদীশ বৰুৱা | ||
বিজ্ঞান প্ৰৱাহ | ১৯৯১ | ডাঃ এ কে জিয়াউদ্দিন আহমেদ | ||
জোৎস্না | ১৯৯১ | ঘন কান্ত ডেকা | ||
শলিতা | ১৯৯১ | চণ্ডিচৰণ দাস | ||
আলোচনা | ১৯৯১ | |||
ন-সতীৰ্থ | ১৯৯১ | তিলোত্তমা ভূঞা | ||
সমন্বয় বাৰ্তা | ১৯৯১ | অৰুণ দাস | ||
প্ৰগতি | ১৯৯১ | |||
কবি সন্মিলন | ১৯৯১ | |||
কবচ | ১৯৯১ | প্ৰদীপ চন্দ্ৰ হাজৰিকা | ||
জিজ্ঞাস | ১৯৯১ | প্ৰদীপ কুমাৰ মেধি | ||
কাকডোঙা | ১৯৯১ | ফুলেন কুমাৰ বৰা | ||
বেদৱতী | ১৯৯১ | প্ৰদীপ কুমাৰ শৰ্মা | ||
ছন্দশিল্প | ১৯৯১ | প্ৰফুল্লপ্ৰাণ মহন্ত | ||
পষেকীয়া মাজুলী | ১৯৯১ | ৰঞ্জিত কুমাৰ ভূঞা | ||
কিশলয় | ১৯৯১ | ৰঘুনাথ কাগয়ুং | ||
জ্ঞানজ্যোতি | ১৯৯১ | ৰাতুল হাজৰিকা | ||
মহুৰা | ১৯৯১ | বোকাজান লেখিকা সামাৰোহ সমিতিৰ মুখপত্ৰ | ||
আমি | ১৯৯১ | মঞ্জুলা হাজৰিকা | ||
ই-পি-চি-বি নিউজ লেটাৰ | ১৯৯১ | মোহিনী কুমাৰ শৰ্মা | ||
চন্দ্ৰ মল্লিকা | ১৯৯১ | কমল চন্দ্ৰ তালুকদাৰ | ||
পদধ্বনি | ১৯৯১ | খগেন মেধি | ||
হেঙুল | ১৯৯২ | গোবিন্দ্ৰ চন্দ্ৰ নাথ | ||
আংলং | ১৯৯২ | প্ৰদীপ চন্দ্ৰ হাজৰিকা | ||
পানচৈ | ১৯৯২ | মহেন্দ্ৰ সোণোৱাল নাৰেংগী আঞ্চলিক | ||
সাহিত্য সভাৰ মুখপত্ৰ | ১৯৯২ | বসন্ত কলিতা | ||
মাজুলী | ১৯৯২ | দিলীপ দাস | ||
অনিৰ্বান | ১৯৯২ | পুতুল হাজৰিকা | ||
হামদেৰ আৱাজ | ১৯৯২ | অমল কুমাৰ হৰ | ||
অনুবাদ | ১৯৯২ | কবিন ফুকন (মু. স.) | ||
অংকুৰণ | ১৯৯২ | প্ৰতাপজ্যোতি বৰা | ||
পাৰিজাত সংবাদ | ১৯৯২ | কৃষ্ণ বৰগোহাঞি | ||
ন-পথিকৃৎ | ১৯৯২ | ত্ৰিৰংকু | ||
আমাৰ লেখা | ১৯৯২ | নতুন সাহিত্য পৰিষদ | ||
সতীৰ্থ | ১৯৯২ | উপেন্দ্ৰ নাথ শৰ্মা | ||
উন্মেষ | ১৯৯২ | গৌতমানন্দ গোস্বামী | ||
প্ৰতীক | ১৯৯২ | বিপিন চন্দ্ৰ ডেকা | ||
পাটকাই | ১৯৯২ | থানুৰাম ৰাইডিংগীয়া | ||
পথিকৃত | ১৯৯৩ | তৰুণ কোঁৱৰ | ||
ৰত্নগৰ্ভা | ১৯৯৩ | নিবাৰণ বৰা | ||
বহ্নিশিখা | ১৯৯৩ | জয়জ্যোতি গগৈ | ||
শংখধ্বনি | ১৯৯৩ | বৰ্ণালী বৰা, ডালিমী নাথ | ||
সঁজাল | ১৯৯৩ | প্ৰশান্ত কুমাৰ কলিতা, ৰাজীৱ কুমাৰ দত্ত | ||
পুৱতি | ১৯৯৩ | কমল কছাৰী, হৰেণ চন্দ্ৰ নাথ | ||
কবিতাকাশ | ১৯৯৩ | আফতাবুল হুছেইন | ||
পখিলা | ১৯৯৩ | মৃণাল বৰকটকী | ||
চিত্ৰাংগদা | ১৯৯৩ | গুল পাঠক | ||
গৰীয়সী | ১৯৯৩ | চন্দ্ৰপ্ৰসাদ শইকীয়া | ||
কথা | ১৯৯৩ | ৰঞ্জিত কুমাৰ দেৱ গোস্বামী (মুখ্য সম্পাদক), শোণিতবিজয় দাস (সম্পাদক) | ||
পৃথ্বি | ১৯৯৩ | |||
প্ৰাচীৰ | ১৯৯৩ | মফিজুৰ ৰহমান | ||
সূৰ্য | ১৯৯৩ | দীপংকৰ দেৱশৰ্মা | ||
আছাম এমপ্লইমেণ্ট | ১৯৯৩ | ডি-ডি শৰ্মা | ||
সন্ধানী | ১৯৯৩ | দিগন্ত কুমাৰ বৰা | ||
নতুন আশা | ১৯৯৩ | জ্যোতিৰ্ময় হাজৰিকা | ||
স্বৰূপা | ১৯৯৩ | শশীপ্ৰভা দাস | ||
বিদ্যাৰ্থী | ১৯৯৩ | ত্ৰৈলোক্য মোহন নাথ | ||
গণপত্ৰিকা | ১৯৯৩ | গকুল বৰা (মু. স.) | ||
নৱ দৃষ্টি | ১৯৯৩ | স্মৃতি কুমাৰ সিংহ | ||
নতুন প্ৰৱাহ | ১৯৯৩ | ভাৰত তামোলী ফুকন | ||
সেউজ চিন্তা | ১৯৯৩ | অৰুণ চাংকাকতি | ||
উত্তৰ-পূৱ ভাৰতৰ নাৰী | ১৯৯৩ | মিনেশ্বৰী দৈমাৰী পামেগাম | ||
ঋতুৰ ফুল | ১৯৯৩ | বীৰেণ ফুকন | ||
ন-পথ | ১৯৯৩ | গুণকান্ত গগৈ | ||
ফেৰংগাদাও | ১৯৯৩ | বীৰেণ কাথ হাজৰিকা | ||
লাইপুলীয়া | ১৯৯৩ | বসন্ত মংগল দত্ত, বিপুল শৰ্মা | ||
পাহাৰী সংবাদ | ১৯৯৩ | মাণিক দেউৰী | ||
উদীয়মান | ১৯৯৩ | জিতেন দাস, অনন্ত দাস | ||
ন-শক্তি | ১৯৯৩ | কুমুদ চন্দ্ৰ তালুকদাৰ | ||
বড়োলেণ্ড ৰাদাব | ১৯৯৩ | স্বামব্লা বসুমতাৰী | ||
সাৰথি | ১৯৯৩ | তাজুদ্দিন আহমেদ | ||
আসাম সন্ধান | ১৯৯৩ | ডি ডি শৰ্মা | ||
বিজয়িনী | ১৯৯৩ | মঞ্জুৰা বৰবৰা | ||
সমন্বয় | ১৯৯৩ | বাছা বৰা | ||
সেউজ অনুভূতি | ১৯৯৩ | প্ৰণামী চুতীয়া | ||
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী বাৰ্তা | ১৯৯৩ | প্ৰফুল্ল চন্দ্ৰ বৰুৱা | ||
অসম মাতৃ | ১৯৯৩ | ৰতিকান্ত বৰা | ||
জনজাগৰণ | ১৯৯৩ | কমল হায়দৰ | ||
তপোবন | ১৯৯৪ | ৰাতুল ভাগৱতী | ||
পাঞ্চজন্য | ১৯৯৪ | ৰমানন্দন বৰা | ||
আগান | ১৯৯৪ | প্ৰৰাগ কুমাৰ দাস | ||
ফিৰিঙতি | ১৯৯৪ | অৰুণ মহন্ত | ||
নতুন পৰিচয় | ১৯৯৪ | যাদৱ বৰা | ||
সংবাদ বিবিধা | ১৯৯৪ | সুচন্দ্ৰা দাস | ||
লাং চিং | ১৯৯৪ | ভূপেন দাস | ||
প্ৰতিশ্ৰুতি | ১৯৯৪ | পংকজ চৌধুৰী | ||
সেউজ সংবাদ | ১৯৯৪ | আলফ্ৰেড ৰহমান | ||
সোমবাৰ | ১৯৯৪ | মুকুট শৰ্মা | ||
বিশ্ব ক্ৰীড়াংগন | ১৯৯৪ | কুমাৰ দাস | ||
জখলা | ১৯৯৪ | দ্বিজেন দাস | ||
ন-কলাখাৰ | ১৯৯৪ | বুবুল চন্দ্ৰ ডেকা | ||
কালৰ কথা | ১৯৯৪ | ভীমসেন সিংহ | ||
আমাৰ খবৰ | ১৯৯৪ | বিকাশ গোস্বামী | ||
নৰ্থ-ইষ্টাৰ্ণ হুজ হু | ১৯৯৪ | দীপাংক শইকীয়া | ||
হিদায়েৎ | ১৯৯৪ | কোৰামত আলী | ||
খোজ | ১৯৯৪ | যোগেন তামোলী | ||
দি নৰ্থ-ইষ্টাৰ্ণ হুজ হু | ১৯৯৪ | শচীন ফুকন | ||
সূচনা | ১৯৯৪ | হাৰনুল ৰছিদ | ||
নতুন ধাৰা | ১৯৯৪ | কণমানি কাকতি | ||
জাননী | ১৯৯৪ | অৰ্চনা গগৈ | ||
কিশলয় | ১৯৯৪ | প্ৰণৱজ্যোতি শইকীয়া, লাচিত বৰা | ||
গণকণ্ঠ | ১৯৯৪ | জিতেন্দ্ৰ দাস | ||
অধিকাৰ | ১৯৯৪ | হাফিজ আহমেদ | ||
নৰ্থ-ইষ্ট পিপলছ | ১৯৯৪ | প্ৰাজনা আনন্দ | ||
ফিৰিঙতি | ১৯৯৪ | |||
অবিকল | ১৯৯৫ | সতীশ ভট্টাচাৰ্য | ||
প্ৰৱাহ | ১৯৯৫ | জ্যোতিষ ভট্টচাৰ্য | ||
পাহাৰী দৰ্পন | ১৯৯৫ | মণিশংকৰ পুৰকায়স্থ | ||
মহানগৰ | ১৯৯৫ | অৰূপা বৰুৱা | ||
ই মুখ | ১৯৯৫ | বাহাৰুল ইছলাম | ||
পূৰ্ণিমা | ১৯৯৫ | ড॰ পি বিৰমানী | ||
বৰ্তমান | ১৯৯৫ | প্ৰণয় ৰয় | ||
সুৰভি | ১৯৯৫ | প্ৰতাপজ্যোতি বৰা | ||
প্ৰত্যয় | ১৯৯৫ | সুৰজিত বৰুৱা | ||
প্ৰাচ্যলিপি | ১৯৯৫ | দীপাংক দাস | ||
শব্দভেদী | ১৯৯৫ | আফতাবুল হুছেইন | ||
অকণিৰ অগ্ৰদূত | ১৯৯৫ | ৰমেন শইকীয়া | ||
মইনা | ১৯৯৫ | অতুল বৰা | ||
স্বৰাজ | ১৯৯৫ | দুৰ্লভ চন্দ্ৰ মহন্ত | ||
কবিতা | ১৯৯৬ | শোণিতবিজয় দাস | ||
সুৰভি | ১৯৯৬ | প্ৰতাপজ্যোতি বৰা | ||
প্ৰত্যয় | ১৯৯৮ | মনোৰম গগৈ | ||
নতুন পদাতিক | ১৯৯৮ | ড॰ হীৰেণ গোহাঁই | ||
মায়া | ১৯৯৯ | পবিত্ৰ মাৰ্ঘেৰিটা | ||
ৰোমাঞ্চ | ১৯৯৯ | মুকুল কলিতা | ||
প্ৰিয় সখী | ২০০০ | শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক) | ||
নন্দিনী | ২০০০ | মাইনী মহন্ত | ||
জিলিঙনি | ২০০০ | প্ৰদীপ কুমাৰ মেধি (অবৈ) | ||
স্বাস্থ্য চৰ্চা | ২০০০ | ডাঃ আশ্বৰাফুল আলম | ||
হিয়া | ২০০০ | ৰঞ্জু হাজৰিকা | ||
নাইনথ কলম | ২০০১ | সৌমেন ভৰতীয়, প্ৰুন বৰ্মন, অভিজিত চক্ৰৱৰ্তী | ||
ৰ’দ কাঁচিয়লি | ২০০১ | জেহিৰুল হুছেইন | ||
জোনাক | ২০০১ | প্ৰকাশ শৰ্মা | ||
ৰং | ২০০১ | মাধুৰ্য মণ্ডিত বৰুৱা | ||
প্ৰান্তশ্ৰী | ২০০২ | কুমুদ গোস্বামী | ||
অনুভৱ | ২০০২ | দিপাঞ্জলি নাথ | ||
সঁফুৰা (পুনৰ প্ৰকাশ) | ২০০২ | ভবেন্দ্ৰ নাথ শইকীয়া | ||
ৰংমেলা | ২০০২ | অৰুণ ভাগৱতী | ||
সুবাস | ২০০২ | জোনজ্যোতি দত্তবৰা | ||
শিক্ষা | ২০০৩ | ইউ কে হৰ্ষবৰ্ধন | ||
খোজ | ২০০৩ | ৰাজীৱ গগৈ | ||
৩০ দিন | ২০০৩ | পবিত্ৰ কুমাৰ ডেকা | ||
বান্ধৱ | ২০০৩ | বিনয় মোহন শইকীয়া (অবৈ) | ||
পাৰিজাত | ২০০৩ | বাহাৰুদ্দিন শইকীয়া | ||
নিবেদন | ২০০৩ | অৰিন্দম বৰকটকী | ||
কথা গুৱাহাটী | ২০০৪ | ৰঞ্জিত কুমাৰ দেৱগোস্বামী (মু. স.), শোণিত বিজয় দাস (স.) | ||
দিগ্ দৰ্শন | ২০০৩ | পংকজ কুমাৰ দাস | ||
মুহূৰ্ত | ২০০৪ | প্ৰণৱ কুমাৰ বৰ্মন | ||
চিত্ৰালী | ২০০৪ | ৰেজেক আলি আহমেদ | ||
নতুন ৰাগিনী | ২০০৪ | অলকা বৰুৱা | ||
পটভূমি | ২০০৪ | ৰবীন্দ্ৰ বৰা | ||
অসমীয়া সা ৰে গা মা | ২০০৪ | পবিত্ৰ মাৰ্ঘেৰিটা | ||
জোনাকী বাট | ২০০৪ | জুনু বৰা | ||
সাধনা | ২০০৪ | প্ৰণয় বৰদলৈ | ||
সপ্তৰ্ষি | ২০০৪ | হিৰণ্যময়ী বৰুৱা | ||
অকণিৰ হঁহি | ২০০৪ | হিৰণ্যময়ী বৰুৱা | ||
প্ৰিয়ামণি | ২০০৪ | দিলীপ নাথ | ||
হেঁপাহ | ২০০৪ | ৰাম হাজৰিকা | ||
জোনাক | ২০০৪ | গগণ চন্দ্ৰ অধিকাৰী | ||
মাহেকীয়া কেৰিয়াৰ গাইড | ২০০৪ | প্ৰীতিমা কৌশিক বৰুৱা | ||
ৰংমন | ২০০৫ | প্ৰণয় বৰদলৈ | ||
স্বাস্থ্য আৰু পৰিচৰ্চা | ২০০৫ | ডাঃ প্ৰদীপ বৰুৱা | ||
সাতসৰী | ২০০৫ | হোমেন বৰগোহাঞি | ||
জীৱন | ২০০৫ | সুৰেশ ৰঞ্জন গদুকা | ||
অন্তৰা | ২০০৫ | জ্যোতিৰেখা হাজৰিকা | ||
আৰক্ষীৰ পৃথিৱী | ২০০৬ | সুদীপ প্ৰকাশ বৰুৱা | ||
সপৰিবাৰ | ২০০৮ | হেমচন্দ্ৰ দলে | ||
সমীক্ষণ | ২০০৮ | জোনজ্যোতি দত্তবৰা | ||
বিচ্চুৰিত বৰ্ণালী | ২০০৯ | |||
জাৰ্নেলিষ্ট | ২০০৯ | |||
আধাৰ | ২০০৯ | ডাঃ বলীন খাৰখৰীয়া (মু. স.), হেমেন শইকীয়া (স.) | ||
অনুভৱ (কাব্যালোচনী) | ২০১০ | বাব্লু প্ৰসাদ বৰুৱা | ||
পোন্ধৰ | ২০১০ | অৰুণ দত্ত | ||
বাক্ (সাহিত্য আলোচনী) | ২০১৫ | বাব্লু প্ৰসাদ বৰুৱা |
লগতে চাওক
তথ্য সংগ্ৰহ
- ↑ w3newspapers.com আহৰণ: ২৭-০৯-২০১২
- ↑ Adinor Sambad[সংযোগবিহীন উৎস], আহৰণ: ২৮-০৯-২০১২
- ↑ Articles related to "Assamese newspapers", আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
- ↑ অনলাইন শিৱসাগৰ ডট কম আহৰণ: ২৭-০৯-২০১২
- ↑ onlinesivasagar.com আহৰণ: ২৭-০৯-২০১২
- ↑ assaminfo.in Archived 2012-10-14 at the Wayback Machine আহৰণ: ২৭-০৯-২০১২
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা (১) – লিখক: শান্তনু কৌশিক বৰুৱা, ৱেবছাইট: কিতাপ ডট ক’ ডট ইন, আহৰণ: ৩০-০৯-২০১২
- ↑ 8.0 8.1 Articles related to "Assamese Magazine", উৎস: আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
- ↑ প্ৰিয় সখী Archived 2012-09-20 at the Wayback Machine ৱেবছাইট, আহৰণ: ২৯-০৯-২০১২