অসমৰ ৰাজ্যিক প্ৰতীকসমূহ

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-

ভাৰতঅসমৰ অৱস্থিতি
অসম আৰু ইয়াৰ জিলাসমূহ
শ্ৰেণীসমূহ অসমীয়া নাম ইংৰাজী নাম প্ৰতীক
জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ[1][2] O my dearest country
জাতীয় শ্লোগান জয় আই অসম Hail mother Assam
ৰাজ্যিক মোহৰ অসম চৰকাৰ Government of Assam
ৰাজ্যিক ভাষা অসমীয়া Assamese language
ৰাজ্যিক সাহিত্য সভা অসম সাহিত্য সভা Assam Literary Society
জাতীয় উৎসৱ বিহু[3] Bihu
জাতীয় নৃত্য বিহু নৃত্য Bihu dance
জাতীয় ফুল কপৌ ফুল Foxtail Orchids
জাতীয় গছ হোলোং[4] Dipterocarpus macrocarpus
জাতীয় জন্তু এশিঙীয়া গঁড় One-horned rhinoceros
জাতীয় পক্ষী দেওহাঁহ White-winged Wood Duck
জাতীয় ফল কাজিনেমু Kaji Nemu


বাহ্যিক সংযোগ সম্পাদনা কৰক

  1. "Bezbaroa’s song is anthem of Assam (The Hindu)". The Hindu. http://www.thehindu.com/news/national/other-states/bezbaroas-song-is-anthem-of-assam/article5365395.ece?homepage=true। আহৰণ কৰা হৈছে: 19 নৱেম্বৰ 2013. 
  2. "Assam to adopt 'O Mur Apunar Dex'as state anthem". The Economic Times. http://economictimes.indiatimes.com/news/politics-and-nation/assam-to-adopt-o-mur-apunar-dexas-state-anthem/articleshow/25997815.cms। আহৰণ কৰা হৈছে: 19 নৱেম্বৰ 2013. 
  3. অসমৰ জাতীয় উৎসৱ - বিহুৰ বিষয়ে ৰচনা | Assamese Essay On Bihu
  4. "State Trees and Flowers of India". flowersofindia.net. http://flowersofindia.net/misc/state_flora.html। আহৰণ কৰা হৈছে: 10 January 2021.