অসম ডনব’স্ক’ বিশ্ববিদ্যালয়

অসম ডনব’স্ক’ বিশ্ববিদ্যালয় ২০০৮ চনৰ ২৯ মাৰ্চত গুৱাহাটীৰ আজাৰাত প্ৰতিষ্ঠা কৰা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ অনুসৰি অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি,২০০৯ ২০০৯ চনৰ ৯ জানুৱাৰীৰ মতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। Salesians of Don Bosco (SDB)ৰ অধীনৰ ডনব’স্ক’ ছ'ছাইটিয়ে বিশ্ববিদ্যালয়খন পৰিচালনা কৰে।[1][2][3][4]

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Carpe Diem
ইংৰাজীত মূলমন্ত্ৰ Seize the Day
স্থাপিত ২০০৮ (2008)
ধৰণ ব্যক্তিগত
বৃত্তিদান $৮৮.৫২ মিলিয়ন
আচাৰ্য ফাদাৰ ভি.এম. থমাছ (Salesians of Don Bosco)
উপাচাৰ্য ফাদাৰ ড॰ ষ্টিফেন মাভেলি (Salesians of Don Bosco)
শিক্ষাৰ্থী ২৩০০+
স্থান আজাৰা, গুৱাহাটী,, অসম, ভাৰত ভাৰত
চৌহদ চহৰীয়া
উপনাম ADBU
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
সৰ্ব ভাৰতীয় প্ৰযুক্তিবিদ্যা শিক্ষা পৰিষদ
দূৰ শিক্ষা পৰিষদ
National Assessment and Accreditation Council
ৱেবছাইট অসম ডনব’স্ক’ বিশ্ববিদ্যালয়

ডনব’স্ক’ বিশ্ববিদ্যালয় অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয়।

ইতিহাস সম্পাদনা কৰক

 
Fr. Pascual Chávez, Rector Major, Salesians of Don Bosco laying the Foundation Stone of the University

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ সৰ্বাংগীণ উন্নতিৰ বাবে Salesians of Don Bosco ছ'ছাইটিয়ে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। ১৯৩৪ চনত ছিলংত ছেইণ্ট এণ্ঠনিচ কলেজ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা Salesians of Don Boscoয়ে উত্তৰ-পূৰ্বাঞ্চলত কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছে।

  • ১১ আগষ্ট, ২০০৮ চনত প্ৰথম অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতকৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল।
  • অসম চৰকাৰে অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি ২০০৮ চনত অনুমোদন জনায়।
  • ৬ ডিচেম্বৰ, ২০০৮ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিশ্ববিদ্যালয়খন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।
  • ২০০৯ চনৰ ২০ আগষ্টত প্ৰথম কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২৭ আগষ্টত খাৰঘুলিৰ ডনব’স্ক’ ব্যৱস্থাপনা প্ৰতিষ্ঠান প্ৰথম ব্যৱস্থাপনাৰ স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা হয়।
  • ৮ ডিচেম্বৰ ২০১০ চনত অনলাইন দূৰ শিক্ষা www.dbuglobal.com Archived 2014-08-19 at the Wayback Machineত আৰম্ভ কৰা হয়।
আধাৰশিলা

শিক্ষা সম্পাদনা কৰক

বিশ্ববিদ্যালয় খনে অভিযান্ত্ৰিক, ব্যৱস্থাপনা, সমাজ বিজ্ঞান, গৱেষণা আৰু দূৰ শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়।

  • অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক পাঠ্যক্ৰম
    • Civil Engineering
       
      Civil Engineering Students
    • Mechanical Engineering
    • Computer Science and Engineering
    • Electrical and Electronics **Engineering
    • Electronics and Communication Engineering
  • অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
    • M.T.M. - Master of Management in Engineering & Technology
       
      Vice Chancellor, Fr. (Dr.) Stephen Mavely addressing the graduates at DBU Convocation
    • M.Tech - Computer Science
    • M.Tech - Electronics and Communication Engineering
    • M.C.A. - Master of Computer Applications
  • সমাজ বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
    • M.S.W. - Master of Social Work
       
      D'verve, DBCET Annual Festival
    • M. A. - Psychological Counselling
    • M. A. - Educational Leadership
    • M. A. - Educational Leadership (Executive)
    • M. A. - Child Rights & Development
    • M. A. - Convergent Media and Technologies
  • ব্যৱস্থাপনাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
    • M.B.A. - Marketing Management
    • M.B.A. - Human Resource Management
    • M.B.A. - Financial Management
    • M.B.A. - Operations and General Management
  • গৱেষণা আৰু পিএইচ ডি
    • Chemical Sciences
    • Physics
    • Computer Science
    • Civil Engineering
    • Electrical and Electronics Engineering
    • Electronics and Communication Engineering
    • Biotechnology
    • Business Administration
    • Social Work
    • Mass Communication, **Language Studie
    • Comparative Religion
    • North East India Studies.
  • দূৰ শিক্ষা পাঠ্যক্ৰম
    • Master of Business Administration (MBA) with specialization in General Management
    • Logistics & Supply Chain Management
    • Operations Management, Retail Management
    • Human Resource Management, Finance Management
    • Marketing Management
    • MBA in Entrepreneurship, Business Management and Strategy;
    • MBA in Technology Management
    • Master in Business Administration (Executive MBA)
    • Master of Computer Applications (MCA).[5]
Permanent campus being developed at Tapesia Gardens - Cafeteria, Student's Hostel, Staff Quarters

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃ সংযোগ সম্পাদনা কৰক