আচমানী কিতাপ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
আচমানী কিতাপ বা আকাশী কিতাপ বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুছলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি ৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীৰ্ণ হৈছে।
প্ৰধান চাৰিখন আচমানী কিতাপসম্পাদনা কৰক
- তাওৰাত, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক মুছা (আঃ)ৰ উপৰত,
- জাবুৰ, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক দাউদ (আঃ)ৰ উপৰত,
- ইঞ্জিল (বাইবেল), যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক ঈছা (আঃ) (যীশুৰ উপৰত, আৰু
- আল-কোৰআন সৰ্বশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক মুহাম্মাদ (ছাঃ)ৰ উপৰত।