আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)

গ্ৰন্থ

আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা। গ্ৰন্থখনত সন্নিৱিষ্ট কবিসকলৰ নাম হৈছে ক্ৰমে- নৱকান্ত বৰুৱা, মহিম বৰা, কেশৱ মহন্ত, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, ৰাম গগৈ, নীলমণি ফুকন, ভৱেন বৰুৱা, হৰেকৃষ্ণ ডেকা[1]

আধুনিক অসমীয়া কবিতা-মঞ্জৰী  
লেখক ড॰ নগেন শইকীয়া
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় অসমীয়া কবিতাৰ সংকলন
প্ৰকাৰ কবিতা
প্ৰকাশক বনলতা
প্ৰকাশ ১৯৯৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৬৫
আই.এচ.বি.এন. 81-7339-142-4

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. নগেন শইকীয়া. "আধুনিক অসমীয়া কবিতা-মঞ্জৰী". বনলতা. পৃষ্ঠাসমূহ: আগকথা.