আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ

বিজ্ঞান গৱেষণা কেন্দ্ৰ

আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ (ইংৰাজী: International Centre for Theoretical Sciences) টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা স্থাপিত এটা বিজ্ঞান গৱেষণা কেন্দ্ৰ। এই কেন্দ্ৰৰ নিৰ্মীয়মান চৌহদ বাংগালোৰৰ হেছাৰাঘাটা অঞ্চলত অৱস্থিত। [2]এই গৱেষণা প্ৰতিষ্ঠানৰ স্থাপনৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষা, প্ৰশিক্ষন আৰু গৱেষণাৰ বাবে সমল প্ৰতিষ্ঠান এটা সৃষ্টি কৰা। কেলিফ'ৰ্ণিয়াৰ ছান্টা বাৰবাৰাত অৱস্থিত কাৱলি ইনষ্টিউট ফৰ থিয়'ৰিটেকিল ফিজিক্স আৰু ইটালীৰ ট্ৰিয়েষ্টত অৱস্থিত আব্দুচ চালাম ইন্টাৰনেছনেল চেন্টাৰ ফৰ থিয়'ৰেটিকেল ফিজিক্সৰ আৰ্হিত এই গৱেষণা কেন্দ্ৰটি গঢ় দিয়া হৈছে। [3]এই গৱেষণা কেন্দ্ৰটিৰ সঞ্চালক হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদাৰ্থবিজ্ঞানী স্পেন্ট্ৰা ৱাডিয়া কৰ্মৰত আৰু বৰ্তমান এই কেন্দ্ৰটিয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত থকা ইয়াৰ অস্থায়ী চৌহদৰ পৰা কাম চলাই আছে।

আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ
স্থাপিত ২০০৭
ধৰণ গৱেষণা প্ৰতিষ্ঠান
সঞ্চালক স্পেন্ট্ৰা ৱাডিয়া[1]
স্থান বাংগালোৰ, ভাৰত
চৌহদ নগৰীয়া
ৱেবছাইট http://www.icts.res.in

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. DNA Correspondent (October 18, 2008). "TIFR centre in B'lore to be operational in 2 years". DNA India. http://www.dnaindia.com/bangalore/report_tifr-centre-in-b-lore-to-be-operational-in-2-years_1199223। আহৰণ কৰা হৈছে: 9 November 2010. 
  2. Hunasavadi, Srikanth (September 17, 2010). "Bangalore now eyes India’s nano tech hub status". DNA India. http://www.dnaindia.com/bangalore/report_bangalore-now-eyes-india-s-nano-tech-hub-status_1439108। আহৰণ কৰা হৈছে: 9 November 2010. 
  3. "Karnataka Govt gives 17.35 acres of land to TIFR". The Hindu. October 29, 2008. Archived from the original on 8 November 2012. https://web.archive.org/web/20121108091846/http://www.hindu.com/thehindu/holnus/004200810291535.htm। আহৰণ কৰা হৈছে: 9 November 2010. 

বাহ্যিক সংযোগ সম্পাদনা কৰক