আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস


আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস (International Youth Day) ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় | ২০০০ চনৰ ১২ আগষ্ট তাৰিখৰ পৰা এই দিৱস পালন কৰা হয় |এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যুৱ শক্তিৰ সতব্যৱহাৰৰ বাবে সমাজত সজাগ কৰা|