মূল মেনু খোলক

আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলান্টিক মহাসাগৰ অৱস্থিত।
এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।

আমেৰিকা
Americas (orthographic projection).svg
মাটিকালি 42,549,000 km2
জনসংখ্যা 910,720,588 (July 2008 est.)
জন. ঘনত্ব 21/km2 (55/sq mi)
বাসিন্দা আমেৰিকান
দেশসমূহ 35
অধীনস্থ অঞ্চলসমূহ 23
List of sovereign states and dependent territories in the Americas
ভাষাসমূহ স্পেনিছ, ইংৰাজী, পৰ্টুগীছ,
ফৰাছী, কেচুয়া, হাইতীয় ক্ৰেওল, গৌৰানি, আইমাৰা, ওলন্দাজ আৰু অন্যান্য
সময় অঞ্চলসমূহ UTC-10 ৰ পৰা UTC লৈ

ৰাষ্ট্ৰসমূহসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

বহিঃসংযোগসম্পাদনা কৰক