ইণ্ডোনেছিয়াৰ ভিছা নীতি

ইণ্ডোনেছিয়ালৈ অহা বেছিভাগ দৰ্শকে ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিব পাৰে, যদিহে তেওঁলোক ভিছা ৰেহাই পোৱা দেশসমূহৰ কোনো এখনৰ নাগৰিক নহয়। অৱশ্যে কিছুমান দেশ ইণ্ডোনেছিয়াত প্ৰৱেশৰ অনুমতি দিয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ কোনোবা এটা কূটনৈতিক মিছনৰ পৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।

সকলো দৰ্শকে ৬ মাহৰ বাবে বৈধ পাছপ’ৰ্টৰ লগতে বৈধ উভতি অহাৰ টিকট ৰাখিব লাগিব।

বিশেষ ক্ষেত্ৰত বা ব্যৱসায়িক ভ্ৰমণত ৩ মাহতকৈ অধিক বৈধতা থকা পাছপ’ৰ্ট গ্ৰহণ কৰিব পাৰিব।

প্ৰৱেশ বন্দৰত থকা ইমিগ্ৰেচন বিষয়াই যাত্ৰীক যিকোনো প্ৰয়োজনীয় নথি-পত্ৰ (যেনে হোটেল ৰিজাৰ্ভচন আৰু বিত্তীয় প্ৰমাণ) দেখুৱাবলৈ ক’ব পাৰে।

ভিছা নীতিৰ আধাৰত মানচিত্ৰ

সম্পাদনা কৰক
 
Visa policy of Indonesia
  ইণ্ডোনেছিয়া
  ভিছাৰ প্ৰয়োজন নাই (৩০ দিন)
  E-VOA / আগমনৰ সময়ত ভিছা (৩০ দিন)
  ভিছা লাগিব
  চৰকাৰী অনুমোদন লৈহে দিয়া ভিছা

ভিছা ৰেহাই

সম্পাদনা কৰক

অভিবাসন সঞ্চালকালয়ে যিবোৰ দেশৰ নাগৰিক ভিছা ৰেহাই পায়, তেনে দেশৰ তালিকা প্ৰকাশ কৰে।[1]

তলত দিয়া ১৩ খন দেশৰ নাগৰিকে ভিছা অবিহনে সৰ্বাধিক ৩০ দিনৰ বাবে ইণ্ডোনেছিয়াত প্ৰৱেশ কৰিব পাৰে:[1][2]

  • ছিংগাপুৰৰ স্থায়ী বাসিন্দাসকলে বাটাম, বিন্টান আৰু কৰিমুন দ্বীপপুঞ্জত ৪ দিনৰ ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ যোগ্য বিবেচিত হয়।[3][1]

ভিছা ৰেহাই পোৱা দেশৰ নাগৰিকে ১৫টা বিমানবন্দৰ, ৯১টা সাগৰীয় বন্দৰ আৰু অতিক্ৰম কৰিবলগীয়া ১২টা স্থলপথৰ সীমা সামৰি লোৱা যিকোনো নিৰ্দিষ্ট সীমান্ত ক্ৰছিঙৰ জৰিয়তে ইণ্ডোনেছিয়াত প্ৰৱেশ কৰিব পাৰে।[1]

APEC ব্যৱসায়িক ভ্ৰমণ কাৰ্ড

সম্পাদনা কৰক

তলত উল্লেখ কৰা দেশসমূহে জাৰি কৰা পাছপ'ৰ্টধাৰীসকলে যিসকলৰ ওলোটা ফালে "আইডিএন" ক'ড থকা এপেক(APEC) বিজনেছ ট্ৰেভেল কাৰ্ড (ABTC) আছে, যিয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ বাবে বৈধ বুলি সূচায়, তেওঁলোকে ৬০ দিন পৰ্যন্ত ব্যৱসায়িক ভ্ৰমণৰ বাবে ভিছাবিহীনভাৱে প্ৰৱেশ কৰিব পাৰে।[2]

ABTC এইবোৰ দেশৰ নাগৰিকক প্ৰদান কৰা হয়:-[4]

প্ৰৱেশৰ লগে লগে ভিছা

সম্পাদনা কৰক

প্ৰব্ৰজন সঞ্চালকালয়ে ইণ্ডোনেছিয়ালৈ অহাৰ সময়ত ভিছা (VoA/e-VoA) লাভ কৰাৰ যোগ্য দেশৰ তালিকাও প্ৰকাশ কৰে,[5] ইয়াৰ নাম থকাৰ পিছতো ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ আগতে অনলাইনৰ বাবেও আবেদন কৰিব পাৰি ইয়াৰ ইভিছা পৰ্টেলৰ জৰিয়তে।[6]

তলত উল্লেখ কৰা দেশসমূহৰ নাগৰিকে আহি পোৱাৰ লগে লগে ভিছাৰ বাবে আবেদন কৰিব পাৰে। এই ভিছাৰ মূল্য ৫ লাখ টকা, আৰু সৰ্বাধিক ৩০ দিনৰ বাবে বৈধ। ইণ্ডোনেছিয়াৰ ভিতৰত এবাৰ ভিছাটো নিৰ্দিষ্ট কাৰ্যালয়ত আৰু ৩০ দিনৰ বাবে অতিৰিক্ত ৫ লাখ টকাৰ বিনিময়ত বৃদ্ধি কৰিব পাৰি।[7]

  •   এছ'চিয়েচন অৱ চাউথইষ্ট এছিয়ান নেচনছৰ সকলো সদস্য ৰাষ্ট্ৰ N
  •   ইউৰোপীয় সংঘৰ সকলো সদস্য ৰাষ্ট্ৰ

N - ইতিমধ্যে ভিছাৰ প্ৰয়োজনৰ পৰা ৰেহাই।[2][5]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 "Bebas Visa Kunjungan" (en ভাষাত). Directorate General of ImmigrationDirektorat Jenderal Imigrasi. 4 September 2024. https://www.imigrasi.go.id/wna/daftar-negara-voa-bvk-calling-visa/daftar-negara-bebas-visa-kunjungan?golden_visa=0। আহৰণ কৰা হৈছে: 28 February 2023. 
  2. 2.0 2.1 2.2 সাঁচ:Timatic Visa Policy
  3. "Singapore PRs to get visa-free entry to Indonesia’s Batam and Bintan". The Straitstimes. https://www.straitstimes.com/asia/se-asia/singapore-prs-get-visa-free-entry-to-indonesia-s-batam-bintan#:~:text=Indonesia%20will%20give%20visa%2Dfree,in%20the%20regional%20economic%20zones.. 
  4. "ABTC Economy Entry Information". https://www.apec.org/docs/default-source/groups/abtc/0-abtc-economy-entry-information-table-(as-of-18-oct-2022)852440b8682b4b84b94ccbe4745b0dbc.pdf?sfvrsn=260f0b80_2. 
  5. 5.0 5.1 "VoA, Free Visa & Calling Visa Country List". Direktorat Jenderal Imigrasi. https://www.imigrasi.go.id/wna/daftar-negara-voa-bvk-calling-visa/daftar-negara-subjek-visa-on-arrival। আহৰণ কৰা হৈছে: 20 October 2024. 
  6. "The Official eVisa website for Indonesia". https://evisa.imigrasi.go.id/। আহৰণ কৰা হৈছে: 20 October 2024. 
  7. "Visitor Stay Permit (ITK) extension". Direktorat Jenderal Imigrasi. https://www.imigrasi.go.id/wna/izin-tinggal-keimigrasian। আহৰণ কৰা হৈছে: 20 October 2024.