ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প

(ইভেন্ট হ'ৰাইজ'ন টেলিস্ক'পৰ পৰা পুনঃনিৰ্দেশিত)

ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প (Event Horizon Telescope) এটা বৃহৎ গোলকীয় ৰেডিঅ' টেলিস্ক'পৰ নেটৱৰ্ক। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প। ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পৰ সহযোগতেই কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱা হয়। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটোত মুঠতে ৮টা ৰেডিঅ' টেলিস্ক'প পৃথিৱী ব্যাপী আছে[1]

কৃষ্ণ-গহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি(M87*)[2][3]

ৰেডিঅ' টেলিস্ক'পসমূহ সম্পাদনা কৰক

২০১৭ চনৰ ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পসমূহ হ'ল ছাবমিলিমিটাৰ টেলিস্ক'প (আৰিজনা ৰেডিঅ' অবজাৰবেটৰিৰ অংশ), আতাকামা পাথ্‌ফাইন্দাৰ এক্সপাৰিমেণ্ট, আই আৰ এ এম ৩০ মিটাৰ টেলিস্ক'প, জেমছ ক্লাৰ্ক মেক্সৱেল টেলিস্ক'প, লাৰ্জ মিলিমিটাৰ টেলিস্ক'প "আলফনছ' ছেৰান'", চাবমিলিমিটাৰ এৰে, এ এল এম এ আৰু ছাউথ প'ল টেলিস্ক'প[1]

অনুমোদিত প্ৰতিষ্ঠানসমূহ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক