উ
উ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰককোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'উ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'উ'ৰ গৌণ প্ৰতীক। 'উ'ৰ এই ৰূপ হ'ল 'ু'।[3] যেনে ক্+উ=কু আদি।
ইউনিক’ড
সম্পাদনা কৰকৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | উ | উ | U+0989 |
BENGALI LETTER U |
গৌণ ৰূপ | ু | ু | U+09C1 |
BENGALI VOWEL SIGN U |
'উ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
সম্পাদনা কৰক- উট
- উপন্যাস
- উমানন্দ
- উত্তৰাঞ্চল
- উত্তৰ প্ৰদেশ
- উকা
- উগ্ৰপন্থী
- উচ্চ
- উজনি
- উঠ
- উত্তৰ
- উত্তৰ-পূব
- উদাহৰণ
- উনবিংশ
- উভয়
- উৰণীয়া
- উল্লেখযোগ্য
- উশাহ-নিশাহ
- উষ্ণতা
উ-কাৰ যুক্ত শব্দৰ উদাহৰণ
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা সঞ্চয়ন'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)