একে লিংগৰ সম্পৰ্ক (ইংৰাজী: Same sex relationship) হল একে লিংগৰ দুজন ব্যক্তিৰ মাজৰ প্ৰেম তথা যৌন সম্পৰ্ক। একে লিংগৰ বিবাহ একে লিংগৰ দুজন ব্যক্তিৰ মাজত আনুষ্ঠানিক বিবাহক বুজায় ; কিছু দেশত একে লিংগৰ বিবাহৰ সলনি আইনী দম্পতী নামৰ ব্যৱস্থা দেখা যায়।[1][2] একে লিংগৰ সম্পৰ্ক বিশেষভাৱে কোনো যৌন অভিমুখিতাৰ অন্তৰ্গত নহয়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Debra Umberson; Thomeer, Mieke Beth; Kroeger, Rhiannon A.; Lodge, Amy Caroline; Xu, Minle (2015). "Challenges and Opportunities for Research on Same-Sex Relationships". Journal of Marriage and the Family. 77 (1): 96–111
  2. Frost, David M.; Meyer, Ilan H.; Hammack, Phillip L. (2015). "Health and Well-Being in Emerging Adults' Same-Sex Relationships: Critical Questions and Directions for Research in Developmental Science". Emerging Adulthood (Print). 3 (1): 3–13