এবিপি গ্ৰুপ

(এবিপি গোটৰ পৰা পুনঃনিৰ্দেশিত)

আনন্দ বাজাৰ পত্ৰিকা (এবিপি) গোট (ইংৰাজী: Ananda Bazar Patrika (ABP) Group) হ'ল এটা ভাৰতীয় মিডিয়া কোম্পানী। ১৯২২ খ্ৰীষ্টাব্দত স্থাপিত এই কোম্পানীৰ মুখ্য কাৰ্যালয় পশ্চিম বংগকলকাতাত অৱস্থিত।[1] আনন্দ প্ৰকাশন এই এ.বি.পি. গোটৰেই এটা বিভাগ।

ABP Pvt. Ltd.
ধৰণ ব্যক্তিগত
উদ্যোগ জন সংযোগ
নেতৃস্থানীয় ব্যক্তিত্ব ধ্ৰুৱ মুখাৰ্জী (CEO)
ৱেবছাইট abp.in

বৰ্তমানৰ সম্পত্তি সম্পাদনা কৰক

বাতৰি কাকত সম্পাদনা কৰক

  • আনন্দ বাজাৰ পত্ৰিকা বাংলা ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত[2]
  • এবেলা বাংলা ভাষাত প্ৰকাশিত সংক্ষিপ্ত বাতৰি কাকত
  • দ্যা টেলিগ্ৰাফ ইংৰাজী ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত

আলোচনী সম্পাদনা কৰক

  • আনন্দমেলা
  • উনীশ-কুৰী
  • সানন্দা
  • আনন্দলোক
  • দ্যা টেলিগ্ৰাফ ইন্ স্কুল(TTIS)
  • দেশ
  • বৈয়েৰ দেশ
  • ফৰচুন ইণ্ডিয়া

সংবাদ মাধ্যম সম্পাদনা কৰক

  • এবিপি লাইভ - বিশ্বজুৰি ইংৰাজী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ লাইভ নামেৰে জনাজাত আছিল।
  • এবিপি নিউজ - ভাৰতত হিন্দী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ নিউজ নামেৰে জনাজাত আছিল।
  • এবিপি আনন্দ - ভাৰতত বাংলা ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ আনন্দ নামেৰে জনাজাত আছিল।
  • এবিপি সাঁঝা[3] - ভাৰতত পঞ্জাবী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
  • এবিপি মাঁঝা - ভাৰতত মাৰাঠী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ মাঁঝা নামেৰে জনাজাত আছিল।
  • এবিপি গুজৰাটী - ভাৰতত গুজৰাটী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।

বঁটা সম্পাদনা কৰক

বাংলা ভাষাত সাহিত্যজগতলৈ অৱদান আগবঢ়োৱা লেখকসকলক প্ৰতি বছৰে এবিপি গোটৰ পৰা আনন্দ পুৰস্কাৰ প্ৰদান কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক