এম্পিয়াৰ(A[1]) হৈছে আন্তৰ্জাতিক একক প্ৰণালীবিদ্য়ুৎ প্ৰৱাহৰ একক[2][3]ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।

এম্পিয়াৰ

মভিং আইৰন এমিটাৰৰ দৃশ্য। কুণ্ডলীৰ মাজেৰে যোৱা প্ৰৱাহৰ বৃদ্ধিৰ লগে লগে সূচকডালে সোঁফালে সূচাব।
এককটোৰ তথ্য
একক পদ্ধতি আন্তৰ্জাতিক একক প্ৰণালী
কিহৰ একক বৈদ্যুতিক প্ৰৱাহ
সংকেত A 
নামত কৰা হৈছে আন্দ্ৰে ম্যাৰি এম্পিয়াৰ

সংজ্ঞা সম্পাদনা কৰক

 
এম্পিয়াৰৰ সংজ্ঞা

দুডাল অসীম দৈৰ্ঘ্যৰ সমান্তৰাল বিদ্য়ুৎ পৰিবাহী( সামান্যতম প্ৰস্থচ্ছেদ) শূন্যস্থানত এক মিটাৰ দূৰত্বত থকাৱস্থাত এই পৰিবাহী দুডালে প্ৰতি মিটাৰ দৈৰ্ঘ্যত নিউটন বল পাবলৈ লগা প্ৰৱাহেই হৈছে এক এম্পিয়াৰ[4][2][5]এম্পিয়াৰৰ বলৰ সূত্ৰ[6][7] অনুসৰি, বিদ্যুৎ প্ৰৱাহী দুডাল সমান্তৰাল পৰিবাহীৰ মাজত আকৰ্ষণ অথবা বিকৰ্ষণ বল থাকে। এই বলৰ দ্বাৰা এম্পিয়াৰৰ সংজ্ঞা আগবঢ়োৱা হয়। আধানৰ আন্তৰ্জাতিক একক প্ৰণালীৰ একক কুলম্ব হৈছে, এক এম্পিয়াৰ প্ৰৱাহে এক ছেকেণ্ডত কঢ়িয়াই নিয়া বিদ্যুতৰ পৰিমাণ[8]। বিপৰীতভাৱে, এক এম্পিয়াৰ প্ৰৱাহ মানে হৈছে এটা বিন্দুৰ মাজেৰে প্ৰতি ছেকেণ্ডত এক কুলম্ব আধান পাৰ হোৱা প্ৰৱাহ।

 

সাধাৰণতে আধান Q' 'ক t সময়ত যোৱা প্ৰৱাহ I ৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

ইতিহাস সম্পাদনা কৰক

পোনপ্ৰথমে ছেণ্টিমিটাৰ-গ্ৰাম-ছেকেণ্ড এককত এম্পিয়াৰক বিদ্যুৎ প্ৰৱাহৰ এককৰ ১০ ভাগৰ এক অংশ হিচাপে এম্পিয়াৰক সংজ্ঞাবদ্ধ কৰা হৈছিল। সেই এককটোক বৰ্তমানে এবম্পিয়াৰ হিচাপে জনা যায় আৰু তাক এক ছেণ্টিমিটাৰ দূৰত্বত থকা দুডাল প্ৰৱাহীৰ মাজত ২ ডাইন প্ৰতি ছেণ্টিমিটাৰ বলৰ বাবে লগা প্ৰৱাহ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল।

==তথ্য সংগ্ৰহ== 

  1. "2. SI base units", SI brochure (8th সম্পাদনা), BIPM, http://www.bipm.org/en/publications/si-brochure/section2-1.html, আহৰণ কৰা হৈছে: 19 November 2011 
  2. 2.0 2.1 "2.1. Unit of electric current (ampere)", SI brochure (8th সম্পাদনা), BIPM, http://www.bipm.org/en/si/si_brochure/chapter2/2-1/ampere.html, আহৰণ কৰা হৈছে: 19 November 2011 
  3. Base unit definitions: Ampere. Physics.nist.gov. Retrieved on 2010-09-28.
  4. "BIPM - ampere". www.bipm.org. http://www.bipm.org/en/publications/si-brochure/ampere.html। আহৰণ কৰা হৈছে: 2017-01-31. 
  5. Monk, Paul MS (2004), Physical Chemistry: Understanding our Chemical World, John Wiley & Sons, ISBN 0-471-49180-2, https://books.google.com/books?vid=ISBN0471491802&id=LupAi35QjhoC&pg=PA16&lpg=PA16&ots=IMiGyIL-67&dq=ampere+definition+si&sig=9Y0k0wgvymmLNYFMcXodwJZwvAM 
  6. Serway, Raymond A; Jewett, JW (2006). Serway's principles of physics: a calculus based text (Fourth সম্পাদনা). প্ৰকাশক Belmont, CA: Thompson Brooks/Cole. পৃষ্ঠা. 746. ISBN 0-53449143-X. https://books.google.com/books?id=1DZz341Pp50C&pg=RA1-PA746&dq=wire+%22magnetic+force%22&lr=&as_brr=0&sig=4vMV_CH6Nm8ZkgjtDJFlupekYoA#PRA1-PA746,M1. 
  7. Beyond the Kilogram: Redefining the International System of Units, প্ৰকাশক USA: National Institute of Standards and Technology, 2006, archived from the original on 21 March 2008, https://web.archive.org/web/20080321221139/https://www.nist.gov/public_affairs/newsfromnist_beyond_the_kilogram.htm, আহৰণ কৰা হৈছে: 3 December 2008 .
  8. (PDF) The International System of Units (SI) (8th সম্পাদনা), Bureau International des Poids et Mesures, 2006, p. 144, http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf .

বাহ্যিক সংযোগ সম্পাদনা কৰক