ঔ
ঔ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ।[2] ব্ৰেইল্ত 'ঔ'-ক এনেদৰে লিখা যায়।[3]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰককোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঔ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঔ'ৰ গৌণ প্ৰতীক। 'ঔ'ৰ এই ৰূপ হ'ল 'ৌ'।[4] যেনে ক্+ঔ=ৌ আদি।
ইউনিক’ড
সম্পাদনা কৰকৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[5] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ঔ | ঔ | U+0994 |
ASSAMESE LETTER AU |
গৌণ ৰূপ | ৌ | ৌ | U+09CC |
ASSAMESE VOWEL SIGN AU |
'ঔ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
সম্পাদনা কৰকঔ-কাৰ যুক্ত শব্দৰ উদাহৰণ
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)