মূল মেনু খোলক

পোহনীয়া কুকুৰ (Canis lupus familiaris বা Canis familiaris) হৈছে canid গোটৰ কিছুমান স্তন্যপায়ী প্ৰাণী।

পোহনীয়া কুকুৰ
জীৱাশ্ম কাল: ০.০৩৩–০ নিযুত বছৰ Pleistocene – Recent
কুকুৰৰ নটা ভিন্ন প্ৰকাৰ
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Canidae
গণ: Canis
প্ৰজাতি: C. lupus
উপপ্ৰজাতি: C. l. familiaris
ত্ৰিপদ নাম
Canis lupus familiaris[1]
সমাৰ্থক

কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ, herding, বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি। মানুহৰ সমাজত কুকুৰৰ এনে প্ৰভাৱৰ বাবেই, ইহঁতক "প্ৰভুভক্ত" বুলি কোৱা হয়। কিছুমান সংস্কৃতিত, কুকুৰক মাংসৰ উৎস হিচাপেও ব্যৱহাৰ কৰা হয়।[2][3]

তথ্য সংগ্ৰহসম্পাদনা কৰক