কুলম্ব

বৈদ্যুতিক আধানৰ এছ.আই.একক


কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।

সংজ্ঞা সম্পাদনা কৰক

শূন্যত ১ মিটাৰ দূৰত্বত ৰখা দুটা সমান আৰু একে জাতীয় আধানৰ মাজত ক্ৰিয়া কৰা স্থিতি বৈদ্যুতিক বল ৯ × ১০ নিউটন (9 × 109 N) হ'লে প্ৰতিটোৰ আধানক ১ কুলম্ব (1 C) বোলে। গাণিতিকভাৱে,  , য'ত C আধান, A এম্পিয়াৰ আৰু s ছেকেণ্ড।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক