কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ভাৰতৰ বিমানবন্দৰ

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (ইংৰাজী: Kempegowda International Airport; কন্নড়: ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ; IATA: BLR – ICAO: VOBL) বেংগালুৰুত অৱস্থিত মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ‌ বিমানবন্দৰটি দেৱেনাহাল্লী নামৰ অঞ্চলটোৰ ৪৭০০ একৰ মাটিকালিত বিস্তৃত হৈ আছে। ‌ বিমানবন্দৰটি প্ৰথমে ২০০৮ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে মুকলি কৰা হৈছিল। ‌ ২০১৩ চনত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পুনৰ নামকৰণ কৰা হয়। ‌ উল্লেখ্য যে মহাৰজা কেম্পেগৌড়া (প্ৰথম) য়ে প্ৰথম বেংগালুৰুৰ স্থাপন কৰিছিল।

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ
আইএটিএ: BLRআইচিএঅ: VOBL
সংক্ষিপ্ত
প্ৰকাৰ ৰাজহুৱা
অধিকাৰী/অপাৰেটৰ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড
সেৱা বেংগালুৰু
অৱস্থান দেৱেনাহাল্লী, কৰ্ণাটক, ভাৰত
কেন্দ্ৰৰ বাবে
উচ্চতা ৯১৫ মিটাৰ / ৩০০২ ফুট
ৱেবছাইট www.bengaluruairport.com
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
মিটাৰ ফুট
০৯/২৭ ৪০০০ ১৩,১২৩ Asphalt
পৰিসংখ্যা (2014-15)
যাত্ৰী আৱাগমণ ১৫,৪০১,৩২৯(বৃদ্ধি১৯.৭%)
বিমান আৱাগমণ ১৩৩,৪৮৮(বৃদ্ধি১৩.৪%)
মালবস্তু ২৭৯,৪৭৫(বৃদ্ধি১৫.৩%)
Source: AAI[1][2][3]

চিত্ৰ বিথিকা সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "Traffic Statistics-2015" (PDF). AAI. http://www.aai.aero/traffic_news/Mar2k15annex3.pdf। আহৰণ কৰা হৈছে: 7 July 2015. 
  2. "Aircraft Movements-2015" (PDF). AAI. http://www.aai.aero/traffic_news/Mar2k15annex2.pdf। আহৰণ কৰা হৈছে: 7 July 2015. 
  3. "Cargo Statistics-2015" (PDF). AAI. http://www.aai.aero/traffic_news/Mar2k15annex4.pdf। আহৰণ কৰা হৈছে: 7 July 2015.