কৰবী ফুল

উদ্ভিদৰ প্ৰজাতি

কৰবী ফুল (বৈজ্ঞানিক নাম: Cascabela thevetia) হৈছে কাছ্‌কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়। Nerium oleanderৰ সম্পৰ্কীয় হিচাপে ইয়াক ইংৰাজীত yellow oleander বুলি কোৱা হয়, ইয়াক ৱেষ্ট ইণ্ডিছত lucky nut বুলি কয়।

কৰবী ফুল
ফুল আৰু পাত
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Apocynaceae
গণ: Cascabela
প্ৰজাতি: C. peruviana
বৈজ্ঞানিক নাম
Cascabela thevetia
(L.) Lippold
সমাৰ্থক[1]
  • Cascabela peruviana (Pers.) Raf.
  • Cerbera linearifolia Stokes
  • Cerbera peruviana Pers.
  • Cerbera thevetia L.
  • Thevetia linearis Raf.
  • Thevetia linearis A. DC.
  • Thevetia neriifolia Juss. ex A.DC.
  • Thevetia peruviana (Pers.) K.Schum.
  • Thevetia thevetia (L.) H.Karst. nom. inval.

চিত্ৰসম্ভাৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক