খৰিকাজাই (বৈজ্ঞানিক নাম: Jasminum malabaricum) হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন (Malabar jasmine) আৰু ৱাইল্ড জেছমিন (wild jasmine) বুলি কয়। খৰিকাজাই ফুল অসমৰ গৌৰৱ

খৰিকাজাই
খৰিকাজাই
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
বৈজ্ঞানিক নাম
Jasminum malabaricum
Wight

সাধাৰণ নাম সম্পাদনা কৰক

  • ইংৰাজী: Malabar jasmine মালাবাৰ জেছমিন wild jasmine ৱাইল্ড জেছমিন
  • মাৰাঠী: कुसर কুছৰ, रान मोगरा ৰান মুগ্ৰা
  • সিংহলি: পিচ্ছা
  • তামিল: கொடிவகை কটিভাকাই
  • কানাড়া: কাডু মালিগে
  • সংস্কৃত: मुद्गर মুডগৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক