গংগাঋদ্ধি

প্ৰাচীন গ্ৰীক-ৰোমান লেখকসকলে ভাৰতীয় উপমহাদেশৰ পূব অঞ্চলৰ এটা জনগোষ্ঠীৰ বাবে ব্যৱহাৰ কৰা শব্দ
(গাংগাৰিডাইৰ পৰা পুনঃনিৰ্দেশিত)

গংগাঋদ্ধি বা গাংগাৰিডাই (সাঁচ:Lang-gr; Latin: Gangaridae) প্ৰাচীন গ্ৰীক আৰু ৰোমান লেখকসকলৰ দ্বাৰা ব্যৱহৃত এটি শব্দ যি ভাৰত উপমহাদেশৰ এটি অঞ্চলক আৰু সেই অঞ্চলৰ লোকসকলক সূচায়।[1][2]

টলেমিৰ মানচিত্ৰত গংগাঋদ্ধি

সাম্ভাৱ্য স্থল সম্পাদনা কৰক

আধুনিক পণ্ডিতে মত দিছে যে এই শব্দই গংগা নদীৰ ব-দ্বীপ সূচায়, যি বংগ অঞ্চলত স্থিত, যদিও আন মতো কোনো কোনোৱে পোষণ কৰে। গংগাঋদ্ধিৰ ৰাজধানী আছিল, টলেমিৰ মতে, গংগে বা গংগেছ। এই গংগে সম্ভৱতঃ চন্দ্ৰকেতুগঢ় বা ৱাৰি-বটেশ্বৰ[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Gangaridai - Banglapedia". en.banglapedia.org. https://en.banglapedia.org/index.php/Gangaridai। আহৰণ কৰা হৈছে: 28 February 2022. 
  2. Haldar, Narotam (1988). Gangaridi - Alochana O Parjalochana. http://archive.org/details/in.ernet.dli.2015.265493. 
  3. "History". Banglapedia. http://en.banglapedia.org/index.php?title=History। আহৰণ কৰা হৈছে: 23 September 2017. "Shah-i-Bangalah, Shah-i-Bangaliyan and Sultan-i-Bangalah"