গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়


গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Golaghat Govt. Bezbaruah Higher Secondary School) গোলাঘাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল।

গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
Main entrance of Golaghat Govt. B H S School
Campus of Golaghat Govt. B H S School
অৱস্থান
গোলাঘাট, অসম  ভাৰত, ৭৮৫৬২১,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠাকাল ১৮৮৬ চন
বিদ্যালয়ৰ বিভাগ গোলাঘাট জিলা
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ Urban
অন্তৰ্ভূক্তিসমূহ SEBA আৰু AHSEC