চাপৰ
চাপৰ (IPA: ˈtʃɑːpə) (ইংৰাজী: Chapar)অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঠাই ৷ এই অঞ্চলটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰো গৃহভূমি৷
চাপৰ | |
---|---|
নগৰ | |
দেশ | ![]() |
ৰাজ্য | অসম |
অসমৰ জিলাসমূহ | ধুবুৰী জিলা |
উচ্চতা | ২২ মিটাৰ (৭২ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
18,559 |
ইতিহাস
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
ভৌগোলিক বিৱৰণ
সম্পাদনা কৰকভৌগোলিকভাৱে চাপৰ 26°16′N 90°28′E / 26.27°N 90.47°E.[1]ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২২ মিটাৰ (৭২ ফুট)৷
আন্ত:গাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি চাপৰৰ মুঠ জনসংখ্যা ১৮,৫৫৯ জন[2]৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ৷ চাপৰৰ গড় সাক্ষৰতাৰ হাৰ ৬৫% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭১% আৰু ৫৮%৷
যাতায়ত ব্যৱস্থা
সম্পাদনা কৰক৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাপৰৰ মাজেদি পাৰ হৈ গৈছে৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Falling Rain Genomics, Inc - Chapar
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.