চিত্ৰ:কীর্তন ঘৰৰ পিতলৰ দুৱাৰ.jpg

মূল ফাইল(2,200 × 3,600 পিক্সেল, ফাইলৰ মাত্ৰা: 498 KB, MIME প্ৰকাৰ: image/jpeg)

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

মানৰ আক্ৰমনৰ সময়ত বৰদোৱা থান অতর্ব্য অৰণ্যলৈ পৰির্ৱতণ হৈছিল। মানৰ অক্ৰমণৰ পাছত আই কনকলতা আৰু দামোদৰ আতাই লগ লাগি বৰদোৱা থান পুনৰ উদ্ধৰ কৰে। সেই সময়ৰ আহোম স্বর্গদেউ জয়ধ্বয় সিংহৰ পৃষ্ঠপোষকতাত বৰদোৱা থানলৈ চাৰিখনকৈ পিতলৰ দুৱাৰ দান কৰে।তাৰে দুখন থানৰ কীর্তন ঘৰত আৰু বাকী দুখন গুৰু জনাৰ পদশিলাত আছে।

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান08:26, 31 May 201208:26, 31 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি2,200 × 3,600 (498 KB)Rashmi bora (আলোচনা | বৰঙণি)

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা