মূল ফাইল(2,448 × 3,264 পিক্সেল, ফাইলৰ মাত্ৰা: 3.51 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

চেৰেকী। বাঁহৰ শলি আৰু বাঁহৰ পাতিৰে বান্ধি চেৰেকী সজা হয়। যঁতৰত মহুৰা ফুৰাবলৈ (সূতা মেৰিয়াবলৈ) চেৰেকীত এনেচা সূতা ভৰাই তাৰ আগটো মহুৰাত বান্ধি যঁতৰ মহুৰাতো লগাই যঁতৰ ঘুৰালে মহুৰা আৰু চেৰেকীও ঘুৰি থাকিব। এনেকৈ চেৰেকীৰ পৰা সূতা উলিয়াই মহুৰা ফুৰুৱা হয়।

উৎস

নিজা কাম

তাৰিখ

২২ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান18:10, 22 May 201218:10, 22 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি2,448 × 3,264 (3.51 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=চেৰেকী। বাঁহৰ শলি আৰু বাঁহৰ পাতিৰে বান্ধি চেৰেকী সজা হয়। যঁতৰত মহুৰা ফুৰাব...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা