মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.56 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

ডম্বৰু কাঠেৰে নিৰ্মিত দুই মুৰ মোটা আৰু মাজ অংশ সৰু। দুই মুৰত জন্তুৰ ছাল লগোৱা থাকে। চিয়া মাজ অংশৰ পৰা দুডাল ৰছী লগাই সেই ৰছীৰ মুৰত দুটুকুৰা কাঠৰ সৰু মাৰি লগাই দিয়া হয়। বজাবলৈ মাজৰ চিয়া ঠাইত ধৰি হাতেৰে জোকাৰিলেই ৰছীত লাগি থকা কাঠৰ মাৰি দুটুকুৰাই ডম্বৰুৰ দুই মুৰত কোৱাব আৰু তেতিয়াই ধুনীয় শব্দ ফুটি উঠিব। কৈলাশৰ গৰাকী মহাদেব শিৱৰ বাদ্য এই ডম্বৰু। ডম্বৰু দিহা নাম, পাল নামতো বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

উৎস

নিজা কাম

তাৰিখ

২৯ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান17:53, 29 May 201217:53, 29 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.56 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=ডম্বৰু কাঠেৰে নিৰ্মিত দুই মুৰ মোটা আৰু মাজ অংশ সৰু। দুই মুৰত জন্তুৰ ছাল লগোৱ�...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা