মূল ফাইল(2,448 × 3,264 পিক্সেল, ফাইলৰ মাত্ৰা: 3.14 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

ঢেকী অসমীয়া মানুহৰ জীৱনৰ লগত ওতঃপ্ৰত ভাবে জড়িত। ঢেকী অসমীয়া মানুহে আগৰ দিনত ধান, চিৰা, হালধী, সৰিয়হ, মাহ, চাউলৰ গুড়ি(পিঠাগুড়ি) আদি খুন্দিবলৈ ব্যৱহাৰ কৰে। কাঠেৰে নিৰ্মিত ঢেকী প্ৰায় সকলো অসমীয়াৰ ঘৰতে থাকে। ঢেকীৰ আগফালে এটা কাঠৰ খুটা সদৃশ ৩ফুটমান দীঘল থোৰা থাকে, থোৰাটোৰ মূৰত এটা লোৰ বেৰি লগোৱা থাকে যাতে থোৰাটোৰ আগটো খুন্দাত ভাগি বা ফাটি নাযায়। থোৰাটোৰ তলত অৰ্থাত ঠিক তলৰ মাটিত এটা শিলৰ একবেগেত মান দ গাত থাকে, তাক খুম্বলি বোলা হয়। ঢেকীৰ পাছৰ অংশত ঢেকীৰ গাটোৰ মাজেদি এডাল কাঠৰ সলখা লগোৱা থাকে, তাক কোৱা হয় কটৰা। কটৰাডাল ভালকৈ লাগি থাকিবলৈ কটৰাৰ দুইফালে দুটা খুটা মাটিত পুটি থোৱা থাকে। কটৰাডাল ঢেকীৰ পাছৰ অংশৰ পৰা ৩,৪ফুটমান এৰি লগোৱা হয়। অসমীয়া গাভৰু , বোৱাৰীয়ে ভৰিৰে ঢেকী চাব মাৰে আৰু আগৰ ফালে খুম্বলিত ধান , চাউল এজনীয়ে দি হাতেৰে চাবৰ মাজে মাজে বঢ়াই যায়। গুৰি হলে সেইবোৰ চালনিৰে চালি অৱশিষ্ট খিনি বাচি উলিয়াই, সেইখিনিক মলখু বুলি কোৱা হয়।

উৎস

নিজা কাম

তাৰিখ

৩০ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:15, 30 May 201219:15, 30 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি2,448 × 3,264 (3.14 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=ঢেকী অসমীয়া মানুহৰ জীৱনৰ লগত ওতঃপ্ৰত ভাবে জড়িত। ঢেকী অসমীয়া মানুহে আগৰ দ...

তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা