মূল ফাইল(2,646 × 3,468 পিক্সেল, ফাইলৰ মাত্ৰা: 566 KB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

ফানটি। গাড়ী-মটৰৰ পুৰণা কামত নহা টায়াৰৰ অংশ কাটি ভৰিৰ জোখত কাটি চেণ্ডেলৰ আকৃতিত সৰু সৰু গজাল মাৰি ফানটি তৈয়াৰ কৰা হয়। ফানটিৰ প্ৰচলন কম, অতি দৰিদ্ৰ শ্ৰেণীৰ লোকে বজাৰত উপলব্ধ দামী চেণ্ডল কিনাৰ সামৰ্থ নাথাকে, সেয়ে তেওঁলোকে এনে ফানটি ব্যৱহাৰ কৰা দেখা যায়। বিশেষত্ব এয়ে যে ফানটি কেতিয়াও সহজতে নাফাতে আৰু ক্ষয় নাযায়, নিচিগেও।

উৎস

নিজা কাম

তাৰিখ

২৩ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:39, 23 May 201219:39, 23 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি2,646 × 3,468 (566 KB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=ফানটি। গাড়ী-মটৰৰ পুৰণা কামত নহা টায়াৰৰ অংশ কাটি ভৰিৰ জোখত কাটি চেণ্ডেলৰ আক...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা